5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

আৰক্ষীৰ জিম্মাতো চুমি-তাৰ্কিকৰ বিলাসী জীৱন, সামাজিক মাধ্যমত চলিছে এইবাৰ ব্ৰেণ্ডেড পোছাকৰ চৰ্চা

গ্ৰেপ্তাৰৰ পিছতো যেন চৰ্চা শেষ হোৱা নাই চুমি-তাৰ্কিকৰ। দুয়োৰে বিলাসী জীৱনক লৈ সামাজিক মাধ্যমত বিভিন্নজনে শ্বেয়াৰ কৰিছে পোষ্ট।

barasha-misra
Barasha Misra | Updated On: 12 Sep 2024 23:32 PM
বিতৰ্কই যেন লগ এৰা নাই চুমি-তাৰ্কিক বৰাক। অনলাই ট্ৰেডিং প্ৰৱঞ্চনাত নাম সাঙোৰ খোৱা অন্যতম দুই অভিযুক্তক বৃহস্পতিবাৰে পুৱা ৬ মান বজাত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

1 / 5
গ্ৰেপ্তাৰৰ পিছতো যেন চৰ্চা শেষ হোৱা নাই চুমি-তাৰ্কিকৰ। বৰ্তমান ডিব্ৰুগড় আৰক্ষী থানাত জেৰা চলাই থকা হৈছে দুই অভিযুক্তক।

2 / 5
আনৰ টকাৰে ব্ৰেণ্ডেড কাপোৰ, লাক্সাৰী জীৱনৰ লগতে চুমিয়ে ব্যৱহাৰ কৰা প্ৰতিটো বস্তুতে আছিল কেৱল বিলাসিতা আৰু বিলাসিতা। আৰক্ষীৰ জিম্মাতো চুমি-তাৰ্কিকৰ ব্ৰেণ্ডেড পোছাকক লৈ চলিছে চৰ্চা।

3 / 5
আনৰ টকাৰে ব্ৰেণ্ডেড কাপোৰ, লাক্সাৰী জীৱনৰ লগতে চুমিয়ে ব্যৱহাৰ কৰা প্ৰতিটো বস্তুতে আছিল কেৱল বিলাসিতা আৰু বিলাসিতা। ইফালে আজি চুমিৰ বৌৱেক জিংকি মিলিক  স্বৰ্তসাপেক্ষ অন্তৱৰ্তীকালীন জামিন প্ৰদান।

4 / 5
দুয়োৰে বিলাসী জীৱনক লৈ সামাজিক মাধ্যমত বিভিন্নজনে শ্বেয়াৰ কৰিছে পোষ্ট। উল্লেখ্য যে, ডিব্ৰুগড় জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱা হয় চুমি আৰু তাৰ্কিক বৰাক, দুয়োকে ৫দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে।

5 / 5
Follow Us
Latest Stories