আৰক্ষীৰ জিম্মাতো চুমি-তাৰ্কিকৰ বিলাসী জীৱন, সামাজিক মাধ্যমত চলিছে এইবাৰ ব্ৰেণ্ডেড পোছাকৰ চৰ্চা | Sumi borah and her husband Tarkik's luxurious life even in police custody Assam news - Assam Tv9

আৰক্ষীৰ জিম্মাতো চুমি-তাৰ্কিকৰ বিলাসী জীৱন, সামাজিক মাধ্যমত চলিছে এইবাৰ ব্ৰেণ্ডেড পোছাকৰ চৰ্চা

Updated On: 

12 Sep 2024 23:32 PM

গ্ৰেপ্তাৰৰ পিছতো যেন চৰ্চা শেষ হোৱা নাই চুমি-তাৰ্কিকৰ। দুয়োৰে বিলাসী জীৱনক লৈ সামাজিক মাধ্যমত বিভিন্নজনে শ্বেয়াৰ কৰিছে পোষ্ট।

1 / 5বিতৰ্কই

বিতৰ্কই যেন লগ এৰা নাই চুমি-তাৰ্কিক বৰাক। অনলাই ট্ৰেডিং প্ৰৱঞ্চনাত নাম সাঙোৰ খোৱা অন্যতম দুই অভিযুক্তক বৃহস্পতিবাৰে পুৱা ৬ মান বজাত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

2 / 5

গ্ৰেপ্তাৰৰ পিছতো যেন চৰ্চা শেষ হোৱা নাই চুমি-তাৰ্কিকৰ। বৰ্তমান ডিব্ৰুগড় আৰক্ষী থানাত জেৰা চলাই থকা হৈছে দুই অভিযুক্তক।

3 / 5

আনৰ টকাৰে ব্ৰেণ্ডেড কাপোৰ, লাক্সাৰী জীৱনৰ লগতে চুমিয়ে ব্যৱহাৰ কৰা প্ৰতিটো বস্তুতে আছিল কেৱল বিলাসিতা আৰু বিলাসিতা। আৰক্ষীৰ জিম্মাতো চুমি-তাৰ্কিকৰ ব্ৰেণ্ডেড পোছাকক লৈ চলিছে চৰ্চা।

4 / 5

আনৰ টকাৰে ব্ৰেণ্ডেড কাপোৰ, লাক্সাৰী জীৱনৰ লগতে চুমিয়ে ব্যৱহাৰ কৰা প্ৰতিটো বস্তুতে আছিল কেৱল বিলাসিতা আৰু বিলাসিতা। ইফালে আজি চুমিৰ বৌৱেক জিংকি মিলিক স্বৰ্তসাপেক্ষ অন্তৱৰ্তীকালীন জামিন প্ৰদান।

5 / 5

দুয়োৰে বিলাসী জীৱনক লৈ সামাজিক মাধ্যমত বিভিন্নজনে শ্বেয়াৰ কৰিছে পোষ্ট। উল্লেখ্য যে, ডিব্ৰুগড় জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱা হয় চুমি আৰু তাৰ্কিক বৰাক, দুয়োকে ৫দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে।

Follow Us On
পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version