T-20: বিশ্বকাপ ফাইনেলৰ ৭ হিৰো,যাৰ অৱদান মনত ৰাখিব ইণ্ডিয়াই…
ইতিহাস ৰচি ১৭ বছৰ পাছত টীম ইণ্ডিয়াই জয়লাভ কৰিছে টি-২০ বিশ্বকাপত। ২৯ জুনত অনুষ্ঠিত হোৱা ফাইনেল খেলত ইণ্ডিয়াই ৭ ৰাণত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰে। ইণ্ডিয়াই দক্ষিণ আফ্ৰিকাক বান্ধি দিছিল ১৭৭ ৰাণৰ লক্ষ্য।
1 / 5

2 / 5
3 / 5
4 / 5
5 / 5