5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

টি-২০ বিশ্বকাপৰ পূৰ্বে বিভেদত জুৰুলা পাকিস্তান! এইবাৰ শ্বাহিন আফ্ৰিদীৰ অসন্তুষ্টি

সমুখত টি-২০ বিশ্বকাপ। মাজত আৰু মাত্ৰ কেইটামান দিন। কিন্তু তেনে সময়তে বেভেদে জুৰুলা কৰিছে পাকিস্তান ক্ৰিকেট দলক। ইতিপূৰ্বে পিচিবিৰ মুৰব্বী মহছিন নাকভিয়ে টি-২০ বিশ্বকাপৰ বাবে ঘোষিত দলটি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰি বিতৰ্কৰ সৃষ্টি কৰিছিল। এতিয়া পিচিবিৰ প্ৰস্তাৱ নাকচ কৰি নতুন বিতৰ্ক আৰম্ভ কৰিছে শ্বাহীন আফ্ৰিদীয়ে।

monjit-dutta
Monjit Dutta | Published: 25 May 2024 20:42 PM
টি-২০ বিশ্বকাপৰ পূৰ্বে পাকিস্তান দলত আভ্যন্তৰীণ বিবাদ অব্যাহত আছে। বিশ্বকাপৰ বাবে দল গঠন সন্দৰ্ভত বিতৰ্কৰ ঢৌ মাৰ নাযাওঁতেই শ্বাহীন আফ্ৰিদী আৰু পিচিবিৰ মাজত নতুন বিতৰ্কৰ সৃষ্টি হৈছে।

1 / 5
পিচিবিৰ প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে শ্বাহিন আফ্ৰিদীয়ে। পাকিস্তান ক্ৰিকেট ব’ৰ্ডে তেওঁক টি-২০ বিশ্বকাপৰ বাবে সহ-অধিনায়ক পদৰ প্ৰস্তাৱ দিছিল যদিও তেওঁ এই প্ৰস্তাৱ নাকচ কৰিছে।

2 / 5
২০২৩ চনৰ এদিনীয়া বিশ্বকাপৰ পিছত পিচিবিয়ে শ্বাহিন আফ্ৰিদীক অধিনায়ক হিচাপে নিযুক্তি দিছিল যদিও মাত্ৰ এটা শৃংখলাৰ পিছতে তেওঁক অব্যাহতি দিয়া হয় আৰু বাবৰ আজমক পুনৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হয়। এই কাৰণতে আফ্ৰিদীয়ে এতিয়া পিচিবিৰ প্ৰস্তাৱ অস্বীকাৰ কৰা বুলি চৰ্চিত হৈছে।

3 / 5
শ্বাহিনৰ প্ৰস্তাৱ অস্বীকাৰৰ পিছত সহ-অধিনায়ক পদৰ বাবে আন কোনো নাম ঘোষণা কৰা নাই পিচিবিয়ে। এনে পৰিস্থিতিত সহ-অধিনায়ক অবিহনে বিশ্বকাপলৈ ৰাওনা হ’ব পাকিস্তান দল।

4 / 5
পাকিস্তান ক্ৰিকেট

পাকিস্তান ক্ৰিকেট

5 / 5
Latest Stories