শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ৰিয়া চক্ৰৱৰ্তীৰ উপৰিও এই ৫ গৰাকী অভিনেত্ৰী আছিল কাৰাগাৰত, কাৰণ জানি হ’ব আচৰিত !

প্ৰথমবাৰৰ বাবে নহয় বহুকেইগৰাকী অভিনেত্ৰীয়ে বহুবাৰ জে'ললৈ যাবলগীয়া হৈছিল। আমি আপোনালোকক সেই ৫ গৰাকী অভিনেত্ৰীৰ কথা কবলৈ ওলাইছোঁ, যিয়ে পূৰ্বেও জে'ললৈ যাবলগীয়া হৈছিল।

barasha-misra
Barasha Misra | Updated On: 12 Mar 2025 18:34 PM
দক্ষিণ ভাৰতৰ চলচ্চিত্ৰৰ অভিনেত্ৰী ৰণ্য ৰাও এটা গোচৰত বহুদিন বাতৰিৰ শিৰোণাম দখল কৰিছিল। অভিনেত্ৰীগৰাকীৰ পৰা উদ্ধাৰ হৈছিল প্ৰায় ১২ কোটি টকাৰ প্ৰায় ১৫ কেজি সোণ। ইয়াৰ পাছতে তেওঁক আৰক্ষীয়ে জিম্মাত লৈ জেৰা চলায়।

1 / 7
প্ৰথমবাৰৰ বাবে নহয় বহুকেইগৰাকী অভিনেত্ৰীয়ে বহুবাৰ জে'ললৈ যাবলগীয়া হৈছিল। আমি আপোনালোকক সেই ৫ গৰাকী অভিনেত্ৰীৰ কথা কবলৈ ওলাইছোঁ, যিয়ে পূৰ্বেও জে'ললৈ যাবলগীয়া হৈছিল।

প্ৰথমবাৰৰ বাবে নহয় বহুকেইগৰাকী অভিনেত্ৰীয়ে বহুবাৰ জে'ললৈ যাবলগীয়া হৈছিল। আমি আপোনালোকক সেই ৫ গৰাকী অভিনেত্ৰীৰ কথা কবলৈ ওলাইছোঁ, যিয়ে পূৰ্বেও জে'ললৈ যাবলগীয়া হৈছিল।

2 / 7
অভিনেত্ৰী শ্বেতা বসু প্ৰসাদে শাবানা আজমীৰ ছবি মাকৰীত শিশু অভিনেত্ৰী হিচাপে দ্বৈত চৰিত্ৰত অভিনয় কৰি জনপ্ৰিয়তা অৰ্জন কৰিছিল। ইয়াৰ উপৰিও ইকবাল ছবিৰ অংশও আছিল। কিন্তু ইয়াৰ পিছত হঠাৎ অভিনেত্ৰীগৰাকীৰ নাম দেহ ব্যৱসায়ৰ সৈতে জড়িত হৈ পৰিল। এই গোচৰত তেওঁ জে'ললৈ যাবলগীয়া হৈছিল যদিও পিছত অভিনেত্ৰীগৰাকীয়ে ক্লিন চিট পাইছিল।

3 / 7
বলীউডৰ বহু ছবিৰ অংশ হিচাপে পৰিগণিত হোৱা হাই প্ৰফাইল অভিনেত্ৰী সোণালী বেন্দ্ৰেও জে'লত সময় কটাবলগীয়া হৈছে। আজি সমগ্ৰ দেশতে ধৰ্মীয় আৱেগক আঘাত দিয়াৰ অভিযোগ উত্থাপন হ’লেও ২০০১ চনতেই এই গোচৰত সোণালী বেন্দ্ৰে কাৰাগাৰত ৰখা হৈছিল। কিন্তু পিছত অভিনেত্ৰীগৰাকীক দোষমুক্ত ঘোষণা কৰে।

4 / 7
অলকা কৌশলে বহু ছবি আৰু টিভি ধাৰাবাহিকত কাম কৰি আহিছে। চেক বাউন্স গোচৰত দুবছৰৰ কাৰাদণ্ড বিহা হৈছিল অভিনেত্ৰীগৰাকীক। তেওঁৰ লগতে মাককো শাস্তি দিয়া হৈছিল। অভিনেত্ৰীগৰাকীৰ এই গোচৰটো সেই সময়ত বহু বাতৰিৰ শিৰোনামত আছিল।

5 / 7
বলীউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ গোচৰত ৰিয়া চক্ৰৱৰ্তীৰ নাম আহিছিল। অভিনেত্ৰীগৰাকীয়ে ৬ সপ্তাহ কাৰাগাৰত কটোৱাৰ পিছত জামিন লাভ কৰে। এই গোচৰত তেওঁৰ ভাতৃকো গ্ৰেপ্তাৰ কৰা হৈছিল।

6 / 7
৯০ দশকৰ বলীউড চিনেমাৰ শীৰ্ষ অভিনেত্ৰী আছিল মমতা কুলকাৰ্ণী। মমতাই বহু ছবিত কাম কৰিছিল। কিন্তু তেওঁৰ নামটো গেংষ্টাৰ আৰু ড্ৰাগছ মাফিয়াৰ লগতো জড়িত আছিল। ২০১৪ চনত কেনিয়াত ড্ৰাগছ মাফিয়া বিকি গোস্বামীৰ সৈতে মামতাক গ্ৰেপ্তাৰ কৰা হৈছিল। সেই সময়ছোৱাত দুয়োৰে সম্পৰ্কত থকাৰ খবৰও আহিছিল।

7 / 7