5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

নিজকে সুস্থ কৰি ৰাখিবলৈ প্ৰতিদিনে কৰক এই ৫ যোগাসন…

যোগাসনে শৰীৰ আৰু মন সুস্থ কৰি ৰখাত সহায় কৰে। প্ৰতিদিনে যোগাসন কৰা স্বাস্থ্যৰ বাবে অত্যন্ত ভাল। আজিৰ সময়ত প্ৰদূষণ এক ডাঙৰ সমস্যা। গতিকে এনে সময়তো নিজক সুস্থ কৰি ৰাখিবলৈ কিছুমান যোগাসন কৰিব পাৰে।

barasha-sarma
Barasha Sarma | Published: 18 Nov 2024 19:38 PM
ভুজংগাসনঃ প্ৰতিদিনে ভুজংগাসন কৰা হাওঁফাওঁ আৰু শ্বাস প্ৰশ্বাসতন্ত্ৰৰ বাব অতি উপকাৰী । ইয়াৰ ফলত হাওঁফাওঁ শক্তিশালী হয় লগতে অক্সিজেনৰ প্ৰবাহও উন্নত হয়। গতিকে প্ৰদূষণৰ সময়ত নিজকে সুস্থ কৰি ৰাখিবলৈ এই যোগ আসনবোৰ কৰিব পাৰে।

1 / 5
গোমুখাসনঃ দৈনিক গোমুখাসন কৰাতো শৰীৰৰ বাবে ভাল। ই শ্বাস-প্ৰশ্বাসৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে। ইয়াৰ উপৰিও এই যোগ আসন কৰিলে শৰীৰৰ গঠন ভাল হয় আৰু মেৰুদণ্ড, কান্ধ, পিঠিৰ বিষৰ পৰা পৰিত্ৰাণ পোৱাত সহায় কৰে। গতিকে প্ৰদূষণৰ মাজত নিজক সুস্থ কৰি ৰাখিবলৈ এই যোগাসন কৰিব পাৰে।

2 / 5
অৰ্ধ মৎস্যেন্দ্ৰাসনঃ এই যোগাসন কৰিলে শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ পৰা সকাহ পোৱা যায়। ব্ৰংকাইটিছৰ সমস্যা অৰ্থাৎ শ্বাস-প্ৰশ্বাসৰ নলী ফুলা সমস্যাতো অৰ্ধ মত্যেন্দ্ৰাসন উপকাৰী।   ইয়াৰ উপৰিও এই যোগে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱাত সহায়ক আৰু ভাল টোপনি অহাত সহায় কৰে।

3 / 5
অৰ্ধ মৎস্যেন্দ্ৰাসনঃ এই যোগাসন কৰিলে শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ পৰা সকাহ পোৱা যায়। ব্ৰংকাইটিছৰ সমস্যা অৰ্থাৎ শ্বাস-প্ৰশ্বাসৰ নলী ফুলা সমস্যাতো অৰ্ধ মত্যেন্দ্ৰাসন উপকাৰী।   ইয়াৰ উপৰিও এই যোগে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱাত সহায়ক আৰু ভাল টোপনি অহাত সহায় কৰে। ই শৰীৰত অক্সিজেনৰ যোগান বৃদ্ধি কৰাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী কৰে। চাইনাছৰ সমস্যা নিয়ন্ত্ৰণ কৰাতো ই সহায় কৰে।

4 / 5
ভষ্ট্ৰিকাঃ শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ পৰা হাত সাৰিবলৈও ভষ্ট্ৰিকা এক উৎকৃষ্ট প্ৰাণায়াম। ই ব্ৰংকাইটিছ, চাইনাছ আৰু অন্যান্য শ্বাস-প্ৰশ্বাসজনিত সমস্যা হ্ৰাস কৰাত সহায় কৰে। দৈনিক এই কাম কৰিলে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱাতো সহায় হয়। এই আসন শৰীৰৰ বাবে অতি উপকাৰী।

5 / 5
Latest Stories