শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Zubeen Garg-Garima Wedding Anniversary: আজি যুগ্ম জীৱনৰ ২৩ টা বৰ্ষ গৰকিলে জুবিন গাৰ্গ আৰু গৰিমা শইকীয়া গাৰ্গে

জুবিন গাৰ্গ আৰু গৰিমা শইকীয়া গাৰ্গ অসমৰ জনপ্ৰিয় দম্পতিসকলৰ ভিতৰত অন্যতম। আজি সুখে-দুখে যুগ্ম জীৱনৰ ২৩টা বসন্ত গৰকিলে জুবিন-গৰিমাই।

barasha-misra
Barasha Misra | Published: 04 Feb 2025 18:52 PM
সুখে-দুখে যুগ্ম জীৱনৰ আন এটা বৰ্ষ গৰকিলে জুবিন গাৰ্গ আৰু গৰিমা শইকীয়া গাৰ্গে। আজি জুবিন আৰু গৰিমাৰ বিবাহ বাৰ্ষিকী। (Image Credit source: Social Media)

1 / 5
২০০২ চনৰ ৪ ফেব্ৰুৱাৰীত জুবিন গাৰ্গ ফেশ্বন ডিজাইনাৰ গৰিমা শইকীয়াৰ সৈতে বিবাহ পাশত আবদ্ধ হয়। জুবিন গাৰ্গৰ অসংখ্য অনুৰাগীৰ মাজতে প্ৰথমে গৰিমাও আছিল জুবিনৰ অনুৰাগী ৷ (Image Credit source: Social Media)

2 / 5
অনুৰাগী হিচাপে গৰিমায়ো জুবিন গাৰ্গলৈ চিঠি লিখিছিল আৰু জুবিনে সেই চিঠিখনৰ উত্তৰো দিছিল। এইদৰে আৰম্ভ হৈছিল জুবিন-গৰিমাৰ প্ৰেম। (Image Credit source: Social Media)

3 / 5
অনুৰাগীৰ পৰা পত্নী ৰূপে স্বীকৃতি পায় গৰিমাই। ইজনে সিজনৰ হাতত ধৰি ২৩টা বসন্ত অতিক্ৰম কৰিলে। (Image Credit source: Social Media)

4 / 5
জুবিন গাৰ্গৰ প্ৰতিটো কামত সহায় হাত আগবঢ়াই গৰিমাই। এগৰাকী জীৱনসংগীৰ যি দায়িত্ব সেই সকলো দায়িত্ব পালনত কৃপনালী কৰা নাই গৰিমাই। ইফালে জুবিন সংগীতজগতৰ এগৰাকী সু-গায়ক হোৱাৰ উপৰিও গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক, প্ৰযোজক হিচাপে নিজৰ অতুলনীয় অৱদান আগবঢ়াই আহিছে।(Image Credit source: Social Media)

5 / 5