দাৰ্জিলিঙলৈ যাব বিচাৰে নেকি? তেন্তে যাব পাৰে এই ঠাইসমূহলৈ… – Assamese News: Latest News in Assamese Online, Assamese Breaking and Live Updates, Assamese News Today

দাৰ্জিলিঙলৈ যাব বিচাৰে নেকি? তেন্তে যাব পাৰে এই ঠাইসমূহলৈ…

Updated On: 

03 Jun 2024 17:47 PM

গৰমৰ দিনত মানুহে ঠাণ্ডা ঠাইলৈ যায় ভাল পায়। ইয়াৰ বাবে বিশেষকৈ দাৰ্জিলিং, ছিমলা আদি ঠাই ভ্ৰমণ কৰে মানুহে। যদি আপুনি দাৰ্জিলিং যাব বিচাৰে তেন্তে যাব পাৰে এইসমূহ ঠাইলৈ।

1 / 5টয় ট্ৰেইনঃ কেৱল শিশুৰ বাবে নহয়, প্ৰাপ্ত বয়স্ক সকলেও বেচ উপভোগ কৰে টয় ট্ৰেইনৰ যাত্ৰা। পাহাৰ আৰু উপত্যকাৰ মাজেৰে যোৱা এই টয় ট্ৰেইনত আপুনি প্ৰকৃতিৰ সৌন্দৰ্ভ উপভোগ কৰিব পাৰে। লগতে দেখা পাব কাঞ্চনজংঘা পৰ্বত আৰু পাইন গছবোৰ।

টয় ট্ৰেইনঃ কেৱল শিশুৰ বাবে নহয়, প্ৰাপ্ত বয়স্ক সকলেও বেচ উপভোগ কৰে টয় ট্ৰেইনৰ যাত্ৰা। পাহাৰ আৰু উপত্যকাৰ মাজেৰে যোৱা এই টয় ট্ৰেইনত আপুনি প্ৰকৃতিৰ সৌন্দৰ্ভ উপভোগ কৰিব পাৰে। লগতে দেখা পাব কাঞ্চনজংঘা পৰ্বত আৰু পাইন গছবোৰ।

2 / 5

বাটাছিয়া লুপঃ যদি আপুনি টয় ট্ৰেইনত যাত্ৰা কৰাৰ সময় নাপায় তেন্তে যাব পাৰে এই ঠাইলৈ। ইয়াত ৰেললাইনক সম্পূৰ্ণ বৃত্তৰ দৰে দেখা যায়। যাৰ দৃশ্য যথেষ্ট দৰ্শনীয়।

3 / 5

পেচেঞ্জাৰ ৰ'পৱে:এছিয়াৰ আটাইতকৈ ডাঙৰ ৰ’পৱে যিয়ে ৪৫ মিনিটত প্ৰায় ৮ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে। হিমালয়ৰ ৰেঞ্জ, সেউজীয়া চাহৰ বাগিচা, ডাৱৰে আবৃত পৰ্বতৰ শৃংগবোৰ দেখা পাব ইয়াৰ পৰা।

4 / 5

টাইগাৰ হিলছঃযদি আপুনি দাৰ্জিলিং যায় তেন্তে টাইগাৰ হিললৈ যাব নাপাহৰিব। ইয়াত আপুনি দেখিব সূৰ্যোদয়। কাঞ্চনজংঘাৰ শৃংগবোৰৰ মাজেৰে দেখা সুৰ্যোদয়ৰ দৃশ্যই মন মুহিব আপোনাৰ। ইয়াৰ উচ্চতা প্ৰায় ৮,৩৭৮ ফুট।মাৰ্চৰ পৰা এপ্ৰিললৈকে আৰু অক্টোবৰৰ মাজভাগৰ পৰা ডিচেম্বৰলৈকে টাইগাৰ হিলছত যাব পাৰে।

5 / 5

মাৰ্চৰ পৰা জুন মাহলৈকে দাৰ্জিলিং যোৱাটোৱেই উত্তম। অৱশ্যে দুৰ্গা পূজাৰ বাহিৰেও বৰদিনৰ সময়ত দাৰ্জিলিং যাব পাৰে। আপুনি ট্ৰেইন বা গাড়ীৰে ইয়ালৈ যাব পাৰে। বহুতে বাইকেৰেও দাৰ্জিলিঙৰ সৌন্দৰ্য উপভোগ কৰে।

গৰমৰ দিনত ডায়েৰিয়া বা পেট বেয়া হ'লে কি কৰিব? জানক
দুদিনীয়া কাৰ্যসূচীৰে তৃতীয়টো ভ্ৰমণ, চৌদি আৰৱত প্ৰবাসী ভাৰতীয় সকলে উষ্ম আদৰণি জনালে প্ৰধানমন্ত্ৰী মোদীক...
Nilim Kumar: জনপ্ৰিয় কবি নীলিম কুমাৰলৈ 'ড॰ চি. নাৰায়ণ ৰেড্ডী ৰাষ্ট্ৰীয় বঁটা-২০২৫', এই বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া নীলিম কুমাৰ
Chetan Bhagat: IIT আৰু IIM ৰ পৰা ডিগ্ৰীধাৰী চেতন ভগত কেনেকৈ হ'ল লেখক?