5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

বজাৰলৈ আহিল TVS Apache RR 310: KTM, BMWৰ দৰে কোম্পানীৰ বাইকৰ সৈতে বজাৰত হ’ব প্ৰতিদ্বন্দিতা

ভাৰতীয় বজাৰত সুকীয়া স্থান দখল কৰি অহা TVS কোম্পানীয়ে দেশৰ বজাৰত মুকলি কৰিছে নতুন বাইক Apache RR 310। TVSৰ Apache বাহনখনে বাইকপ্ৰেমীসকলক সদায়েই আকৰ্ষিত কৰি আহিছে। Apacheৰ এই নতুন সংস্কৰণত কৰা হৈছে কিছু আপডেট। এই বাইকখনৰ এক্স-শ্ব’ৰুম মূল্য ২.৭৫ লাখ টকাৰ পৰা আৰম্ভ হ’ব বুলি কোম্পানীটোৱে প্ৰকাশ কৰিছে। চাওক এই নতুন বাইকখনৰ বিষয়ে…

monjit-dutta
Monjit Dutta | Published: 16 Sep 2024 22:02 PM
Apacheৰ এই নতুন বাইকখন ৰেচিং ৰেড আৰু বোম্বাৰ গ্ৰে- এই নতুন দুটা ৰঙতো উপলব্ধ হ’ব। এই বাইকখনে BMW G 310 RR, Keeway K300 R আৰু  KTM RC 390 দৰে বাইকৰ সৈতে বজাৰত প্ৰতিযোগিতাত নামিব।

1 / 5
এই বাইকখনত দিয়া হৈছে ৩১২ চিচি, লিকুইড কুল্ড, একক চিলিণ্ডাৰ ইঞ্জিন।

2 / 5
Apache RR 310ত ইঞ্জিন আৰু পাৱাৰ নিয়ন্ত্ৰণ কৰিব পৰাকৈ 6-স্পীড গিয়াৰবক্স আছে।

3 / 5
এই বাইকখনত টিএফটি ডিছপ্লে, ক্ৰুজ কণ্ট্ৰল, ট্ৰেকচন কণ্ট্ৰল, নেভিগেচন চিষ্টেম আৰু ব্লুটুথ সংযোগৰ দৰে সুবিধাও আছে।

4 / 5
এই বাইকখন চাৰিটা ৰাইডিং মোড ক্ৰমে- ট্ৰেক, আৰ্বান, ৰেইন আৰু স্প’ৰ্ট মোডত উপলব্ধ হ’ব। বাইকখনৰ সৰ্বোচ্চ গতিবেগ প্ৰতি ঘণ্টাত ২১৫.৯ কিলোমিটাৰ পৰ্যন্ত হ’ব।

5 / 5
Follow Us
Latest Stories