শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

বৃদ্ধি পাব শীতৰ প্ৰকোপ ! ৰাজ্যৰ বিভিন্ন প্ৰান্তত আবতৰীয়া বৰষুণ…

ভোগালী বিহুৰ প্ৰাকক্ষণত ৰাজ্যত বৃদ্ধি পাব পাৰে শীতৰ প্ৰকোপ । আজিৰ দিনটোৰ সন্ধিয়া ভাগলৈ গুৱাহাটীকে ধৰি ৰাজ্যৰ কেইবাটাও অঞ্চলত মধ্যমীয়া বৰষুণ হোৱা দেখা যায় । পুহ মহীয়া শীতৰ মাজতে ৰাজ্যৰ ৰাজধানীত দেখা যায় আবতৰীয়া বৰষুণ ।

manas-borah
Manas Borah | Updated On: 07 Jan 2025 21:23 PM
ভোগালী বিহুৰ প্ৰাকক্ষণত ৰাজ্যত বৃদ্ধি পাব পাৰে শীতৰ প্ৰকোপ । আজিৰ দিনটোৰ সন্ধিয়া ভাগলৈ গুৱাহাটীকে ধৰি ৰাজ্যৰ কেইবাটাও অঞ্চলত মধ্যমীয়া বৰষুণ হোৱা দেখা যায় । পুহ মহীয়া শীতৰ মাজতে ৰাজ্যৰ ৰাজধানীত দেখা যায় আবতৰীয়া বৰষুণ ।

ভোগালী বিহুৰ প্ৰাকক্ষণত ৰাজ্যত বৃদ্ধি পাব পাৰে শীতৰ প্ৰকোপ । আজিৰ দিনটোৰ সন্ধিয়া ভাগলৈ গুৱাহাটীকে ধৰি ৰাজ্যৰ কেইবাটাও অঞ্চলত মধ্যমীয়া বৰষুণ হোৱা দেখা যায় । পুহ মহীয়া শীতৰ মাজতে ৰাজ্যৰ ৰাজধানীত দেখা যায় আবতৰীয়া বৰষুণ ।

1 / 5
আবতৰীয়া বৰষুণজাক অহাৰ লগে লগে ৰাজধানী চহৰৰ বিভিন্ন ঠাইত যান-জঁটৰ সৃষ্টি হয় । বিভিন্ন কামত নিয়োজিত লোকসকক ঘৰলৈ উভতি অহাৰ সময়তে আহে এই আবতৰীয়া বৰষুণজাক ।

2 / 5
ইয়াৰ সমান্তৰালভাৱে আজিৰ দিনটোত ধেমাজিৰ কিছু অঞ্চলত শিল বৰষুণ হোৱা দেখা গৈছিল ।  খবৰ অনুসৰি, ধেমাজি নগৰৰ লগতে চিচিবৰগাঁৱৰ বিভিন্ন অঞ্চলত শিল বৰষুণ হোৱা দেখা যায় ।

3 / 5
ইফালে বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যৰ কেইবাখনো জিলাত বৰষুণ হোৱাৰ আগ জাননী জাৰি কৰিছিল । এই অনুসৰি ধেমাজি, গুৱাহাটীকে ধৰি কেইবাটাও অঞ্চলত কিনকিনীয়া হোৱা বুলি খবৰ লাভ কৰা গৈছে । উজনি অসমৰ কেইবাটাও অঞ্চলত বতৰ সেমেকা হোৱা বুলি খবৰ লাভ কৰা গৈছে ।

4 / 5
উল্লেখ্য যে, ভোগালী বিহুলৈ মাজত মাত্ৰ কেইদিনমান বাকী । ইয়াৰ পূৰ্বে ৰাজ্যত পৰিছে আবতৰীয়া বৰষুণ । যাৰ বাবে এইবাৰ মাঘ বিহুত শীতৰ প্ৰকোপ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ।

5 / 5
Latest Stories