শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

USTMৰ স্বত্বাধিকাৰী মহবুবুল হকক আটক, বাসগৃহৰপৰা নিশা শ্ৰীভূমি আৰক্ষীয়ে কৰে আটক

বৰ্তমান পাথাৰকান্দি আৰক্ষী থানালৈ লৈ যোৱা হৈছে আচাৰ্য মহবুবুল হকক। মাজ নিশা গুৱাহাটীৰ ঘোঁৰামাৰাৰ পৰা মহানগৰ আৰক্ষী, STF ৰ সহযোগত শ্ৰীভূমি আৰক্ষীয়ে আটক কৰে আচাৰ্যজনক।

barasha-misra
Barasha Misra | Published: 22 Feb 2025 11:08 AM
USTMৰ আচাৰ্য মহবুবুল হকক আটক কৰিছে আৰক্ষীয়ে। নিশা বাসগৃহৰপৰা শ্ৰীভূমি আৰক্ষীয়ে কৰে আটক আচাৰ্যজনক।

1 / 5
বৰ্তমান পাথাৰকান্দি আৰক্ষী থানালৈ লৈ যোৱা হৈছে আচাৰ্য মহবুবুল হকক। মাজ নিশা গুৱাহাটীৰ ঘোঁৰামাৰাৰ পৰা মহানগৰ আৰক্ষী, STF ৰ সহযোগত শ্ৰীভূমি আৰক্ষীয়ে আটক কৰে আচাৰ্যজনক।

বৰ্তমান পাথাৰকান্দি আৰক্ষী থানালৈ লৈ যোৱা হৈছে আচাৰ্য মহবুবুল হকক। মাজ নিশা গুৱাহাটীৰ ঘোঁৰামাৰাৰ পৰা মহানগৰ আৰক্ষী, STF ৰ সহযোগত শ্ৰীভূমি আৰক্ষীয়ে আটক কৰে আচাৰ্যজনক।

2 / 5
কিছুদিনৰে পৰা মহবুবুল হক আৰু মুখ্যমন্ত্ৰীৰ মাজত তৰ্ক-বিতৰ্ক চলি আছিল। বিগত বৰ্ষত USTM মে পাহাৰ কাটি দিয়াৰ ফলত গুৱাহাটীত কৃত্ৰিম বান হয় বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীয়ে।

3 / 5
USTMৰ স্বত্বাধিকাৰী মহবুবুল হকৰ সৈতে মুখ্যমন্ত্ৰীৰ শীতল যুদ্ধ চলি থকাৰ সময়তে ফেব্ৰুৱাৰী মাহত মুখ্যমন্ত্ৰীয়ে কৰে নতুন মন্তব্য। মুখ্যমন্ত্ৰীৰ মতে, USTM খন প্ৰৱঞ্চক, তাত Ph.D. ও বিক্ৰী হয়।

4 / 5
এতিয়া মহবুবুৰ হকক আটক কৰাৰ পিছত চৌদিশে চৰ্চা চলিছে USTMৰ। কিন্তু কি অভিযোগত আৰক্ষী আৰু STFৰ দলে আটক কৰিছে সেই কথা এতিয়াও স্পষ্ট কৰা নাই।

5 / 5