ভেলেণ্টাইন ডে’ত প্ৰেমিকক দিয়ক এই উপহাৰ, সদায় মনত ৰাখিব আপোনাক... | Valentine day 2025 Valentine day gift ideas for your boyfriend Assam news - Assam Tv9

ভেলেণ্টাইন ডে’ত প্ৰেমিকক দিয়ক এই উপহাৰ, সদায় মনত ৰাখিব আপোনাক…

Updated On: 

13 Feb 2025 16:08 PM

Valentine Day Gift Ideas: ভেলেণ্টাইন ডে’ত সকলোৱে নিজৰ সংগীক বিশেষ উপহাৰ দিব বিচাৰে। যদি আপুনিও প্ৰেমিকক এনে উপহাৰ দিব বিচাৰে যিটো তেওঁৰ বাবে উপযোগী হ’ব আৰু তেওঁ ভাল পাব, তেন্তে ইয়াৰ পৰা আইডিয়া ল'ব পাৰে।

1 / 5ভেলেণ্টাইন ডে’ উপলক্ষে বেছিভাগ লোকে নিজৰ সংগীক উপহাৰ দিয়ে। আপুনিও আপোনাৰ প্ৰেমিকক এনে কিছুমান বিশেষ উপহাৰ দিয়ক, যিবোৰ দেখি তেওঁ ভাল পাব আৰু দৈনিক ব্যৱহাৰৰ উপযোগী হ’ব।

ভেলেণ্টাইন ডে’ উপলক্ষে বেছিভাগ লোকে নিজৰ সংগীক উপহাৰ দিয়ে। আপুনিও আপোনাৰ প্ৰেমিকক এনে কিছুমান বিশেষ উপহাৰ দিয়ক, যিবোৰ দেখি তেওঁ ভাল পাব আৰু দৈনিক ব্যৱহাৰৰ উপযোগী হ’ব।

2 / 5

যদি আপুনি আপোনাৰ প্ৰেমিকক উপহাৰ দিব বিচাৰে তেন্তে মানিবেগ আটাইতকৈ উত্তম বিকল্প। আপোনাৰ এই উপহাৰটো তেওঁ সদায় নিজৰ লগত ৰাখিব পাৰে আৰু যেতিয়াই ব্যৱহাৰ কৰিব তেতিয়াই আপোনাক মনত কৰিব। ইয়াৰ লগতে তেওঁক চকলেট উপহাৰ দিব পাৰে।

3 / 5

আপোনাৰ সংগীক হাত ঘড়ী উপহাৰ দিব পাৰে। এই উপহাৰটো তেওঁৰ ভাল লাগিব। আজিকালি বজাৰত বহু ধৰণৰ হাত ঘড়ী আৰু ডিজিটেল ঘড়ী পোৱা যায়। যিবোৰ উল্লত মানৰ হোৱাৰ লগতে দেখাত বহুত ধুনীয়া।

4 / 5

আপুনি তেওঁক কাপোৰ উপহাৰ দিব পাৰে। ইয়াত বাবে বহুতো বিকল্প উপলব্ধ আছে। আপোনাৰ বাজেট অনুসৰি কাপোৰ কিনিব পাৰিব। ইচ্ছা কৰিলে কেৱল চাৰ্ট বা চাৰ্ট-পেণ্ট দুয়োটাই উপহাৰ দিব পাৰে।

5 / 5

সকলোৱে ছানগ্লাছ ব্যৱহাৰ কৰে। সেয়েহে এইটোৱেই আপোনাৰ প্ৰেমিকক উপহাৰ দিবলৈ সৰ্বোত্তম বিকল্প। বজাৰত বাজেট অনুসৰি ছানগ্লাছ বহু বিকল্প উপলব্ধ। আপুনি দিয়া এই উপহাৰটো আপোনাৰ প্ৰেমিকে নিশ্চয় ভাল পাব।

লং আৰু নহৰুৰ স্বাস্থ্যৰ উপকাৰিতা কি ? কিয় খাব লাগে ? জানক
মাহেকীয়াৰ পেটৰ বিষ কেনেকৈ দূৰ কৰিব?
ৰাতিপুৱা খালী পেটত মাখানা খালে কি হয়? বিশেষজ্ঞৰ পৰা জানক...
মহাশিৱৰাত্ৰিত মহাদেৱক কি বস্তু অৰ্পন কৰিলে ভাল ফল পোৱা যায়?