5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

এদিনীয়া ভ্ৰমণসূচীৰে অসমত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়! কৃষ্ণগুৰু আধ্যাত্মিক যুৱ সমাজৰ দ্বি-বাৰ্ষিক অধিৱেশনত অংশগ্ৰহণ

গুৱাহাটীৰ খানাপাৰাত কৃষ্ণগুৰু আধ্যাত্মিক যুৱ সমাজৰ দ্বি-বাৰ্ষিক অধিৱেশন। হৰিনামেৰে মুখৰিত অধিৱেশনস্থলী। অনুষ্ঠানত উপস্থিত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়।

trishna-kalita
Trishna Kalita | Updated On: 27 Oct 2024 18:15 PM
এদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হয় উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়। পত্নীসহ আজি অসমত উপস্থিত হৈছে উপ-ৰাষ্ট্ৰপতিগৰাকী।

1 / 5
কৃষ্ণগুৰু আধ্যাত্মিক যুৱ সমাজৰ দ্বি-বাৰ্ষিক অধিৱেশনত অংশ লোৱাৰ বাবে  অসমত উপস্থিত হৈছে উপ-ৰাষ্ট্ৰপতি শ্ৰী জগদীপ ধনখড়। বিমান বন্দৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উষ্ম আদৰণি জনাই উপ-ৰাষ্ট্ৰপতিক ।

2 / 5
খানাপাৰাত কৃষ্ণগুৰু যুৱ সমাজৰ দ্বি-বাৰ্ষিক অধিৱেশনৰ আয়োজন।  হৰিনামেৰে মুখৰিত হৈ পৰিছে অধিৱেশনস্থলী।

3 / 5
অনুষ্ঠানত উপস্থিত থাকে  উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ লগতে গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভু,  ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

4 / 5
অধিৱেশনৰ আজিৰ কাৰ্যসূচীত সপত্নীক অংশগ্ৰহণ দেশৰ উপ-ৰাষ্ট্ৰপতিৰ। অনুষ্ঠানত গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়াই উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে।

5 / 5
Latest Stories