Vijaya Dashami: ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা দেৱীক বিসৰ্জন! অশ্ৰুসিক্ত নয়নেৰে মা দুৰ্গাক বিদায় জনালে ভক্তই
বিজয়া দশমীৰ অন্তত ৰাজ্যত আজিও অব্যাহত আছে দেৱী বিসৰ্জন। ৰাজ্যৰ বিভিন্ন নদ-নদীৰ ঘাটৰ লগতে মহানগৰীতো আৰম্ভ হৈছে বিসৰ্জন প্ৰক্ৰিয়া।শনিবাৰ আৰু দেওবাৰে দুদিনীয়াকৈ বিসৰ্জন দিয়া হৈছে দেৱী দুৰ্গাৰ প্ৰতিমা।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5