Virat kohli: শ্বাহৰুখ, ছলমান নহয়, এই ৭ অভিনেতাক ফ'ল' কৰে বিৰাটে! তালিকাত আছে ফ্লপ হিৰো... | Virat Kohli follows these 7 Bollywood actors know in details Assam news - Assam Tv9

Virat kohli: শ্বাহৰুখ, ছলমান নহয়, এই ৭ অভিনেতাক ফ’ল’ কৰে বিৰাটে! তালিকাত আছে ফ্লপ হিৰোৰ নাম…

Published: 

09 Mar 2025 16:10 PM

Virat kohli: এটি জনপ্ৰিয় নাম বিৰাট কোহলি! কেৱল ক্ৰিকেটৰ ক্ষেত্ৰখনতেই নহয়, সামাজিক মাধ্যমতো বিশেষ জনপ্ৰিয় কোহলি। বিৰাটক বহু তাৰকাই ফ'ল' কৰে কিন্তু বিৰাটৰ পচন্দ কোন আপুনি জানেনে?

1 / 5ক্ৰিকেটৰ লগতে বলীউডৰ সৈতেও বিৰাত কোহলীৰ সৈতে বিশেষ সম্পৰ্ক আছে। কিয়নো অভিনেত্ৰী অনুষ্কা শৰ্মাৰ প্ৰেমত পৰি পাছলৈ তেওঁক বিয়া কৰাইছিল কোহলীয়ে। কেৱল ক্ৰিকেটত নহয়, সামাজিক মাধ্যমতো বিশেষ জনপ্ৰিয়তা আছে বিৰাটৰ। প্ৰায় প্ৰতিগৰাকী বলীউড তাৰকাই বিৰাটক ফ’ল’ কৰে।

ক্ৰিকেটৰ লগতে বলীউডৰ সৈতেও বিৰাত কোহলীৰ সৈতে বিশেষ সম্পৰ্ক আছে। কিয়নো অভিনেত্ৰী অনুষ্কা শৰ্মাৰ প্ৰেমত পৰি পাছলৈ তেওঁক বিয়া কৰাইছিল কোহলীয়ে। কেৱল ক্ৰিকেটত নহয়, সামাজিক মাধ্যমতো বিশেষ জনপ্ৰিয়তা আছে বিৰাটৰ। প্ৰায় প্ৰতিগৰাকী বলীউড তাৰকাই বিৰাটক ফ’ল’ কৰে।

2 / 5

কিন্তু বিৰাটে কাক ফ’ল’ কৰে জানেনে? বিৰাট কোহলীয়ে ইনষ্টাগ্ৰামত ফ’ল’ কৰা কেইজনমান বলীউডৰ তাৰকাৰ ভিতৰত প্ৰথম নাম তেওঁৰ পত্নী অনুষ্কা শৰ্মাৰ। বিশেষ কথা এয়াই যে,অনুষ্কা তেওঁৰ ফ’ল’ৱাৰ লিষ্টত থকা একমাত্ৰ অভিনেত্ৰী।

3 / 5

বিৰাট কোহলীয়েও ইনষ্টাগ্ৰামত ফ’ল’ কৰে বিকি কৌশলক। শেহতীয়াকৈ ছাৱা ছবিখনেৰে দৰ্শকৰ মন জয় কৰা বিকি বিৰাটৰো পচন্দ। ইয়াৰোপৰি বলীউডৰ জনপ্ৰিয় অভিনেতা তথা কে এল ৰাহুলৰ শহুৰেক সুনীল চেট্টীক বিৰাট কোহলীয়ে ইনষ্টাগ্ৰামত ফ’ল’ কৰে।

4 / 5

জনপ্ৰিয় অভিনেতা তথা বিগ বি প্ৰায় প্ৰতিগৰাকী ভাৰতীয়ৰ পচন্দ। বিৰাট কোহলীয়েও ইনষ্টাগ্ৰামত ফ’ল’ কৰে অমিতাভ বচ্চানক। ইয়াৰোপৰি নিজৰ অভিনয়ৰে দৰ্শকৰ মন জয় কৰা জেকি শ্ৰফকো বিৰাট কোহলীয়ে ইনষ্টাগ্ৰামত ফ’ল’ কৰে।

5 / 5

কেৱল জনপ্ৰিয় অভিনেতাই নহয়, বিৰাট কোহলীৰ ইনষ্টাগ্ৰামত ফ’ল’লিষ্টত আছে বৰুণ ধাৱন আৰু অৰ্জুন কাপুৰৰ নামো। বিৰাটে অৰ্জুন কাপুৰ আৰু বৰুণ ধাৱনক ফ’ল’ কৰে। কিন্তু বিৰাটৰ এই তালিকাত নাম নাই ছলমান খান, শ্বাহৰুখ খান, অক্ষয় কুমাৰ আদি।

এজন ব্যক্তিয়ে দৈনিক কিমান ঘণ্টা কাম কৰিব লাগে? বিজ্ঞানীয়ে দিলে সঠিক উত্তৰ
২০২৫-২৬ বিত্তীয় বৰ্ষৰ অসম বাজেটৰ কেইটামান গুৰুত্বপূৰ্ণ ঘোষণা...
গৌতম গম্ভীৰে কিমান পেঞ্চন লাভ কৰে জানেনে? শুনিলে হ'ব আচৰিত...
ফাইনেলত জয়ী হোৱাৰ পাছতো ভাৰতে চেম্পিয়নছ ট্ৰফী দেশলৈ আনিব নোৱাৰে, কাৰণ জানেনে?