5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

প্ৰতিমাহে ২৯ টকাত চাওক বিশ্বৰ শ্ৰেষ্ঠ ধাৰাবাহিক আৰু চিনেমা, কিন্তু ক’ত কেনেকৈ?

Netflix-Amazon Primeৰ চাবস্ক্ৰিপচনৰ বাবে ৫০০ টকাৰ পৰা ১০০০ টকা খৰচ কৰিব লাগে। আজি আমি আপোনালোকক এটা এপৰ বিষয়ে ক’ম য’ত আপুনি সহজেই হিন্দীত কিছুমান ডাঙৰ ডাঙৰ চিৰিজ চাব পাৰিব, সেইটোও মাত্ৰ ২৯ টকাত।

barasha-misra
Barasha Misra | Published: 02 Jan 2025 15:37 PM
আজিৰ পৃথিৱীত প্ৰায় সকলো বস্তুৱেই অতি সহজ হৈ পৰিছে। আজি ইণ্টাৰনেটৰ জৰিয়তে ঘৰতে বহি সকলো কাম কৰিব পৰা যায়। অ’টিটিয়ে আমাৰ চিনেমা চোৱাৰ ধৰণ সলনি কৰি দিছে। Amazon Prime, Netflix, Zee5, Sony Liv আদি OTT প্লেটফৰ্ম ৰাইজৰ মাজত অতি বিখ্যাত। কিন্তু এই অ’টিটি প্লেটফৰ্মসমূহত মানুহে সন্মুখীন হোৱা এটা ডাঙৰ সমস্যা হ’ল চাবস্ক্ৰিপচনৰ মূল্য। নেটফ্লিক্স আৰু এমাজন প্ৰাইমৰ চাবস্ক্ৰিপচনৰ বাবে ৫০০ টকাৰ পৰা ১০০০ টকা খৰচ হ’লেও এতিয়া এটা বিশেষ এপৰ জৰিয়তে আপুনি সহজেই হিন্দীত কিছুমান ডাঙৰ ডাঙৰ শ্ব’ চাব পাৰিব, সেইটোও মাত্ৰ ২৯ টকাত।

1 / 6
ডাঙৰ ডাঙৰ শ্ব’ৰ কথা আহিলে প্ৰথমে গেম অফ থ্ৰ'জ  (Game Of Thrones)ৰ নাম লোৱা হয়। আজিও বিশ্বৰ আটাইতকৈ ডাঙৰ, শ্ৰেষ্ঠ আৰু সুন্দৰ কাহিনীৰ চিৰিজখনৰ ভিতৰত গেম অৱ থ্ৰ’নছৰ নাম আছে। এই ধাৰাবাহিকখন আপুনি Hotstar ত পাব। কিন্তু যদি আপুনি হিন্দীত উপভোগ কৰিব বিচাৰে তেন্তে মাত্ৰ ২৯ টকাৰ চাবস্ক্ৰিপচন লৈ জিঅ’ত চাব পাৰিব।

2 / 6
১০টা খণ্ড আৰু দুটা ছিজনৰ সৈতে জিঅ’ চিনেমাত সহজেই পাব হাউচ অৱ দ্য ড্ৰেগন (House Of Dragon)। এই শ্ব’টোৰো যথেষ্ঠ অনুৰাগী আছে। বহুতে এই চিৰিজখন ভাল পায়।

3 / 6
চুট (Suits)নামৰ আদালতৰ ড্ৰামা শ্ব’টো আপুনি জিঅ’ত হিন্দীত পাব ইয়াৰ সকলো চিজনৰ সৈতে, সেইটোও হিন্দীত। এই চিৰিজখনৰ মুঠ ১৩৪টা খণ্ডৰে ৯টা ছিজন আছে। এই শ্ব’টো বহু বছৰ পুৰণি যদিও আজিও ইয়াৰ অনুৰাগী আছে।

4 / 6
এই আমেৰিকান শ্ব’ দ্য নিউজৰুম (The Newsroom)জিঅ’ত হিন্দীত পাব। এই অনুষ্ঠানটো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সঁহাৰি পাইছে। শ্ব’টোৰ কাহিনী এটা নিউজ চেনেলৰ ওপৰত নিৰ্মাণ হৈছে। ইয়াত এটা নিউজ চেনেলত কাম কেনেকৈ কৰা হয় দেখুওৱা হয়। এই অনুষ্ঠানটোৰ তিনিটা ছিজন আছে। ইয়াৰ প্ৰথম ছিজনত ১৩টা, দ্বিতীয় ছিজনত ১৩টা আৰু শেষৰ অৰ্থাৎ তৃতীয় ছিজনত ৬টা খণ্ড।

5 / 6
চেৰ্নোবিল (Chernobyl) এই শ্ব’টোত ১৯৮৬ চনৰ ২৬ এপ্ৰিলত চেৰ্নোবিলত হোৱা কৰুণ গেছ নিৰ্গত হোৱাৰ কাহিনী অতি ভালকৈ দেখুওৱা হৈছে। এইখন এখন মিনি ছিৰিজ যিখন হিন্দীত চাব পাৰিব।

6 / 6
Latest Stories