শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আকৌ জলসংকট! কেইবাদিনলৈ গুৱাহাটীত বন্ধ থাকিব পানী যোগান

কেইবাদিনলৈ গুৱাহাটীত ব্যাহত হ’ব পানী যোগান ব্যৱস্থা। পাইপ লাইন মেৰামতিৰ বাবে এই সিদ্ধান্ত জলব’ৰ্ডৰ। আজিৰে পৰা তিনিটা পৰ্যায়ত গুৱাহাটী জলব’ৰ্ডে বন্ধ ৰাখিব পানী যোগান।

trishna-kalita
Trishna Kalita | Updated On: 12 Feb 2025 08:27 AM
পুনৰ মহানগৰ বন্ধ হ’ব খোৱাপানীৰ যোগান।  কেইবাদিনলৈ গুৱাহাটীত ব্যাহত হ’ব পানী যোগান ব্যৱস্থা। ইয়াৰ বাবে কিছু অসুবিধাৰ সন্মুখীন হ'ব লাগিব মহানগৰবাসী।

1 / 5
পাইপ লাইন মেৰামতিৰ বাবে এই সিদ্ধান্ত জলব’ৰ্ডৰ। সম্ভাৱ্য লিকেজ ৰোধ, দুৰ্বল ৱেল্ডিং প্লেট চিনাক্ত কৰাৰ লগতে ভৱিষ্যতে ব্যাঘাত জন্মাব পৰা অন্যান্য কাৰিকৰী সমস্যা প্ৰতিহত কৰিবলৈ এই ব্যৱস্থা গ্ৰহণ GJBৰ।

2 / 5
এই সন্দৰ্ভত সামাজিক মাধ্যযোগে গুৱাহাটী জল ব’ৰ্ডে জাৰি কৰিছে জাননী। আজিৰে পৰা তিনিটা পৰ্যায়ত গুৱাহাটী জলব’ৰ্ডে বন্ধ ৰাখিব পানী যোগান।

3 / 5
প্রথম পর্যায়ত ১২-১৫ ফেব্ৰুৱাৰীলৈ বন্ধ থাকিব পানী যোগান। দ্বিতীয় পর্যায়ত ১৯-২২ ফেব্ৰুৱাৰীলৈ আৰু তৃতীয় পর্যায়ত ২৫-২৮ ফেব্ৰুৱাৰীলৈ বন্ধ থাকিব পানী যোগান।

4 / 5
এই সয়মছোৱাত  ট্ৰাইল ৰানৰ বাবে মহানগৰীৰ কেইটামান স্থানত লিক হ'ব পাৰে পানী। ইয়াৰ বাবে ৰাইজৰ সহযোগিতা কৰিবলৈ আহ্বান GJBৰ।  কোনো ধৰণৰ উদ্বেগ বা প্ৰশ্নৰ বাবে যোগাযোগ কৰিব পাৰিব   6003920846/6002478263 নম্বৰত।

5 / 5