শীতকালত নিজকে আকৰ্ষণীয় দেখাবলৈ পিন্ধক দীঘল কোট, এইসকল অভিনেত্ৰীৰ পৰা ল'ব পাৰে আইডিয়া | Wear a long coat to make the winter look stylish, Get ideas from actresses Assam news - Assam Tv9

শীতকালত নিজকে আকৰ্ষণীয় দেখাবলৈ পিন্ধক দীঘল কোট, এইসকল অভিনেত্ৰীৰ পৰা ল’ব পাৰে আইডিয়া

Updated On: 

07 Jan 2025 23:33 PM

মহিলাসকলে নিজৰ ফেশ্বনক লৈ সদায় সক্ৰিয়। শীতকাল হওক বা গ্ৰীষ্মকাল, প্ৰতিটো সময়তে নিজকে আকৰ্ষণীয় দেখাব বিচাৰে। যদি আপুনিও নিজকে আনতকৈ পৃথক দেখাব বিচাৰে, তেন্তে এই অভিনেত্ৰীসকলৰ পৰা ফেশ্বন আইডিয়া ল'ব পাৰে।

1 / 5অনুষ্কা সেনে পিন্ধা টাইগাৰ প্ৰিন্ট লং কোট বৰ্তমান ট্ৰেণ্ডত আছে। অনুষ্কাক এই লুকটোত যথেষ্ঠ ষ্টাইলিছ দেখা গৈছে। আপুনিও বন্ধু-বান্ধৱীৰ সৈতে ফুৰিবলৈ গ'লে বা পাৰ্টিলৈ যোৱাৰ সময়ত অভিনেত্ৰীগৰাকীৰ দৰে প্ৰিণ্টেড লং কোট পিন্ধিব পাৰি। ( Credit : anushkasen0408 )

অনুষ্কা সেনে পিন্ধা টাইগাৰ প্ৰিন্ট লং কোট বৰ্তমান ট্ৰেণ্ডত আছে। অনুষ্কাক এই লুকটোত যথেষ্ঠ ষ্টাইলিছ দেখা গৈছে। আপুনিও বন্ধু-বান্ধৱীৰ সৈতে ফুৰিবলৈ গ'লে বা পাৰ্টিলৈ যোৱাৰ সময়ত অভিনেত্ৰীগৰাকীৰ দৰে প্ৰিণ্টেড লং কোট পিন্ধিব পাৰি। ( Credit : anushkasen0408 )

2 / 5

হিন্দী ধাৰাবাহিকৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰীৰ ভিতৰত অন্যতম দিব্যাংকা ত্ৰিপাঠী। আপুনিও অতি ঠাণ্ড স্থানলৈ ফুৰিবলৈ গ'লে অভিনেত্ৰীগৰাকীৰ দৰে এই কোটৰ পিন্ধিব পাৰে। ( Credit : divyankatripathidahiya )

3 / 5

অভিনেত্ৰী কৰিশ্মা তন্নাই পিন্ধিছে ঊণৰ ষ্টকিংছ আৰু বডিকন ড্ৰেছৰ সৈতে এটা দীঘল জেকেট। আপুনিও বন্ধু-বান্ধৱীৰ সৈতে ওলাই যোৱাৰ সময়ত অভিনেত্ৰীগৰাকীৰ এই লুকটোৰ পৰা আইডিয়া ল’ব পাৰে।( Credit : karishmaktanna )

4 / 5

সোণম বাজৱাই পিন্ধিছে ষ্ট্ৰেইট জিন্সৰ সৈতে এটা ক’লা ৰঙৰ দীঘল কোট। অভিনেত্ৰীগৰাকীক এই লুকটো ষ্টাইলিছ দেখা গৈছে। যদিহে আপুনিও এনে ধৰণৰ জিন্স পিন্ধি বাল পায়, তেন্তে এই ফেশ্বন কৰিব পাৰে।( Credit : sonambajwa )

5 / 5

দিব্যাংকা ত্ৰিপাঠীয়ে পিন্ধিছে ধূসৰ ৰঙৰ ঊণৰ Shrug। পাৰ্টিলৈ যোৱাৰ সময়ত এনেদৰে দীঘল কোট বা দীঘল ঊণৰ Shrug পিন্ধিব পাৰে। শীতৰ পৰা ৰক্ষা পোৱাৰ উপৰিও ষ্টাইলিছ লুকো পাব। ( Credit : divyankatripathidahiya )

পাকঘৰত হাতৰ পৰা বাৰে বাৰে পৰি যায় নেকি এইসমূহ সামগ্ৰী? সাৱধান...
ভাৰতৰ প্ৰথমগৰাকী শিক্ষয়িত্ৰী কোন আছিল?
হাতলৈ টকা অহাৰ লগে লগে শেষ হৈ যায় নেকি? ভুলতো নকৰিব এই কাম
ঘৰলৈ ধন-সম্পত্তি আহিবলৈ কি কৰা উচিত? জানক ধনী হোৱাৰ লক্ষণ!