Valentine’s Weekত পিন্ধক এই অভিনেত্ৰীসকলৰ দৰে প্ৰিণ্টেড ড্ৰেছ, আপুনি দেখিব ষ্টাইলিছ | Wear a printed dress like these actresses in Valentine's Week Assam news - Assam Tv9

Valentine’s Weekত পিন্ধক এই অভিনেত্ৰীসকলৰ দৰে প্ৰিণ্টেড ড্ৰেছ, আপুনি দেখিব ষ্টাইলিছ

Published: 

03 Feb 2025 19:51 PM

৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব ভেলেণ্টাইন ডে সপ্তাহ। ১৪ ফেব্ৰুৱাৰীl ভেলেণ্টাইন ডে পালন কৰা হয়। সেই উপলক্ষে সংগীৰ সৈতে বাহিৰলৈ ওলাই যোৱাৰ সময়ত এই অভিনেত্ৰীসকলৰ দৰে প্ৰিণ্টেড ড্ৰেছ পিন্ধিব পাৰে।

1 / 5শ্বেতা তিৱাৰীয়ে পিন্ধিছে অফ শ্বোল্ডাৰ ফ্ল’ৰেল প্ৰিন্ট ড্ৰেছ। অভিনেত্ৰীগৰাকীক হেয়াৰ ষ্টাইল, নূন্যতম মেকআপ আৰু কাণফুলিৰ সৈতে ষ্টাইলিছ দেখা গৈছে। ভেলেণ্টাইন ডে’ৰ বাবে অভিনেত্ৰীগৰাকীৰ এই লুকটোৰ পৰাও আইডিয়া ল’ব পাৰে। ( Credit : shweta.tiwari )

শ্বেতা তিৱাৰীয়ে পিন্ধিছে অফ শ্বোল্ডাৰ ফ্ল’ৰেল প্ৰিন্ট ড্ৰেছ। অভিনেত্ৰীগৰাকীক হেয়াৰ ষ্টাইল, নূন্যতম মেকআপ আৰু কাণফুলিৰ সৈতে ষ্টাইলিছ দেখা গৈছে। ভেলেণ্টাইন ডে’ৰ বাবে অভিনেত্ৰীগৰাকীৰ এই লুকটোৰ পৰাও আইডিয়া ল’ব পাৰে। ( Credit : shweta.tiwari )

2 / 5

দিব্যাংকা ত্ৰিপাঠীয়ে পিন্ধিছে প্ৰিণ্টেড চৰ্ট ড্ৰেছ। এই পোছাকৰ সৈতে ষ্টাইলিছ বান হেয়াৰষ্টাইল আৰু হিলৰ সৈতে লুকটো আকৰ্ষণীয় কৰি তুলিছে। ভেলেণ্টাইন উইকত আপোনাৰ সংগীৰ সৈতে দুপৰীয়া বা নিশাৰ আহাৰ গ্ৰহণ কৰিবলৈ যোৱাৰ সময়ত অভিনেত্ৰীগৰাকীৰ এই লুকটোৰ পৰাও আইডিয়া ল’ব পাৰে। ( Credit : divyankatripathidahiya )

3 / 5

গৌহৰ খানে প্ৰিণ্টেড দীঘল মেক্সি ড্ৰেছ পিন্ধিছে। অভিনেত্ৰীগৰাকীয়ে খোলা চুলি আৰু হাই হিলৰ সহায়ত নিজকে ষ্টাইলিছ কৰি তুলিছে। ভেলেণ্টাইন ডে’ত ষ্টাইলিছ লুক পাবলৈ অভিনেত্ৰীগৰাকীৰ এই লুকটোৰ পৰাও আইডিয়া ল’ব পাৰে। ( Credit : gauaharkhan )

4 / 5

অভিনেত্ৰী জন্নতে পিন্ধিছে দীঘল মেক্সি ড্ৰেছ। অভিনেত্ৰীগৰাকীৰ এই লুকটোত একেবাৰে সহজ দেখা গৈছে। সংগীৰ সৈতে ওলাই যোৱাৰ সময়ত অভিনেত্ৰীগৰাকীৰ এই লুকটোৰ পৰাও আইডিয়া ল’ব পাৰে। (Credit : jannatzubair29)

5 / 5

শ্বেতা তিৱাৰীয়ে ফুলেৰে আৱৰা এটা মেক্সি ড্ৰেছ পিন্ধিছে, লগতে হাই হিল আৰু খোলা চুলিৰে লুকটো ষ্টাইলিছ দেখা গৈছে। ভেলেণ্টাইন ডে’ত সংগীৰ সৈতে ওলাই যোৱাৰ সময়ত অভিনেত্ৰীগৰাকীৰ এই লুকটোৰ পৰাই আইডিয়া ল’ব পাৰে। ( Credit : shweta.tiwari )

ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা আছে আমলখিৰ, জানক উপকাৰিতাৰ বিষয়ে
সকলোৰে প্ৰিয় মাখানাৰ উপকাৰিতাৰ বিষয়ে জানেনে?
মাত্ৰ ১৮ টকাত ১০ গ্ৰাম সোণ ! কিন্তু কেনেকৈ? জানক সবিশেষ...
পাকঘৰত আছে নেকি এইসমূহ সামগ্ৰী? তেন্তে আজিয়েই কৰক আঁতৰ...