শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী! জনালে, আগন্তুক কিমান দিনলৈ হ’ব ধাৰাসাৰ বৰষুণ…

নেৰানেপেৰা বৰষুণৰ ফলত গুৱাহাটীত কৃত্ৰিম বানৰ সৃষ্টি হৈছে। আজিও ৰাজ্যৰ বহু ঠাইত বৰষুণ দি আছে। ইয়াৰ মাজতে বৰষুণক লৈ বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে সতৰ্কবাণী

barasha-sarma
Barasha Sarma | Published: 06 Aug 2024 10:19 AM
বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী! জনালে, আগন্তুক কিমান দিনলৈ হ’ব ধাৰাসাৰ বৰষুণ…

1 / 5
ৰাজ্যৰ বিভিন্ন প্ৰান্তত অহা ৯ আগষ্টলৈ হ'ব প্ৰৱল বৃষ্টিপাত। অসমৰ লগতে উত্তৰ পূৱৰ বিভিন্ন ৰাজ্যত বৰষুণ হোৱাৰ সম্ভাৱণা আছে।  অসমৰ লগতে মেঘালয়, মণিপুৰ আৰু নাগালেণ্ডত অত্যাধিক বৰষুণ হোৱাৰ সম্ভাৱণা আছে।

2 / 5
বৰষুণ

বৰষুণ

3 / 5
অহা ২৫ আগষ্টলৈ অসমৰ লগতে গুৱাহাটীত বৰষুণ দি থকাৰ সম্ভাৱণা আছে। গুৱাহাটীৰ লগতে অসমৰ কেইবাঠাইত প্ৰৱল বৰষুণো হ'ব পাৰে।

4 / 5
উল্লেখ্য যে, কালিৰ পৰা মহানগৰীত কৃত্ৰিম বানৰ সৃষ্টি হৈছে।  এতিয়াও বিভিন্ন ঠাইত বানপানীয়ে মানুহৰ জীৱন দুৰ্বিসহ কৰি পেলাইছে। যদি পুনৰ নেৰানেপেৰা বৰষুণ হয় তেন্তে গুৱাহাটীৰ বান পৰিস্থিতি ভয়ংকৰ হৈ পৰাৰ সম্ভাৱণা আছে।

5 / 5
Latest Stories