বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী! জনালে, আগন্তুক কিমান দিনলৈ হ'ব ধাৰাসাৰ বৰষুণ... | weather forecast till 9 aug assam Assam news - Assam Tv9

বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী! জনালে, আগন্তুক কিমান দিনলৈ হ’ব ধাৰাসাৰ বৰষুণ…

Published: 

06 Aug 2024 10:19 AM

নেৰানেপেৰা বৰষুণৰ ফলত গুৱাহাটীত কৃত্ৰিম বানৰ সৃষ্টি হৈছে। আজিও ৰাজ্যৰ বহু ঠাইত বৰষুণ দি আছে। ইয়াৰ মাজতে বৰষুণক লৈ বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে সতৰ্কবাণী

1 / 5বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী! জনালে, আগন্তুক কিমান দিনলৈ হ’ব ধাৰাসাৰ বৰষুণ…

2 / 5

ৰাজ্যৰ বিভিন্ন প্ৰান্তত অহা ৯ আগষ্টলৈ হ'ব প্ৰৱল বৃষ্টিপাত। অসমৰ লগতে উত্তৰ পূৱৰ বিভিন্ন ৰাজ্যত বৰষুণ হোৱাৰ সম্ভাৱণা আছে। অসমৰ লগতে মেঘালয়, মণিপুৰ আৰু নাগালেণ্ডত অত্যাধিক বৰষুণ হোৱাৰ সম্ভাৱণা আছে।

3 / 5

বৰষুণ

4 / 5

অহা ২৫ আগষ্টলৈ অসমৰ লগতে গুৱাহাটীত বৰষুণ দি থকাৰ সম্ভাৱণা আছে। গুৱাহাটীৰ লগতে অসমৰ কেইবাঠাইত প্ৰৱল বৰষুণো হ'ব পাৰে।

5 / 5

উল্লেখ্য যে, কালিৰ পৰা মহানগৰীত কৃত্ৰিম বানৰ সৃষ্টি হৈছে। এতিয়াও বিভিন্ন ঠাইত বানপানীয়ে মানুহৰ জীৱন দুৰ্বিসহ কৰি পেলাইছে। যদি পুনৰ নেৰানেপেৰা বৰষুণ হয় তেন্তে গুৱাহাটীৰ বান পৰিস্থিতি ভয়ংকৰ হৈ পৰাৰ সম্ভাৱণা আছে।

ভোগালী বিহুত খোৱা চিৰা-দৈৰ জলপানৰ উপকাৰিতাৰ বিষয়ে জানেনে?
মাঘ বিহুত মাহ কৰাই আৰু পঁইতা ভাত খোৱাৰ পৰম্পৰাৰ বিষয়ে জানেনে?
উৰুকাৰ নিশা চুৰি কৰা পৰম্পৰাৰ বিষয়ে জানেনে?
ওলাইছে নেকি শালমইনা? এই ঘৰুৱা পদ্ধতিৰে লাভ কৰিব পৰিত্ৰাণ!