শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Magh Bihu 2025: বতৰে ম্লান পেলাব নেকি ভোগালীৰ আনন্দ? কেইবাখনো ৰাজ্যত এলাৰ্ট জাৰি…

Assam Weather Update: মঙলবাৰৰ এজাক বৰষুণে সলনি কৰিলে ৰাজ্যৰ বতৰ। তাৰ পাছতে শীতে এতিয়া কপাঁইছে ৰাজ্যবাসীক। বৰষুণৰ পিছতে ৰাজ্যত ক্ৰমাৎ নিম্নগামী হৈছে পাৰাস্তম্ভ। গুৱাহাটীতে চৌদিশে আজি ঘন কুঁৱলীৰ আৱৰণ।

trishna-kalita
Trishna Kalita | Updated On: 08 Jan 2025 16:51 PM
প্ৰচণ্ড শীতৰ আগমনৰ বতৰা লৈ মঙলবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মুষলধাৰ বৰষুণ। বৰষুণৰ পিছতে ৰাজ্যত ক্ৰমাৎ নিম্নগামী হৈছে পাৰাস্তম্ভ।  আজি ৰাজ্য সৰ্বনিম্ন তাপমাত্ৰা ১৪ ডিগ্ৰী ছেলচিয়াছ আৰু সৰ্বোচ্চ তাপমাত্ৰ  ২৫ ডিগ্ৰী ছেলচিয়াছ।

1 / 5
ইফালে ৰাজ্যজুৰি চলিছে ভোগালীৰ ব্যাপক প্ৰস্তুতি। সোমবাৰ অৰ্থাৎ ১৩ জানুৱাৰীত উৰুকা, মঙলবাৰে ১৪ জানুৱাৰীত অসমীয়াৰ হেঁপাহৰ মাঘ বিহু। পৰাম্পৰাগ খাদ্য-সম্ভাৰ প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে সকলো।

2 / 5
ইয়াৰ মাজতে আহিছে এটা বেয়া খৰব। বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে ১৫ জানুৱাৰীলৈ ৰাজ্যত হ'ব পাৰে ধাৰাষাৰ বৰষুণ। দেশৰ কেইবাখনো ৰাজ্যত জাৰি কৰা হৈছে এলাৰ্ট।

3 / 5
বৰষুণৰ বাবেই এইবাৰ ভোগালীৰ আনন্দ ম্লান পৰাৰ সম্ভাৱনীয়তা।বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে, ১৫ জানুৱাৰী পৰ্যন্ত ৰাজ্যত নামিব প্ৰচণ্ড শীত। কুঁৱলীৰ লগে লগে ৰাজ্যৰ ঠায়ে হ'ব পাৰে বৰষুণ।

4 / 5
সাগৰীয়া উপকূলীয়া বতাহৰ বাবে অধিক হাৰত নামিব শীত। ৰাজ্যৰ কেইবাটাও প্ৰান্তত অব্যাহত আছে পাতলীয়া বৰষুণ। ইফালে জন্মু-কাশ্মীৰৰ উপৰিও অৰুণাচলতো পৰিছে বৰফ।

5 / 5
Latest Stories