5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

স্বস্তিৰ নিশ্বাস! প্ৰচণ্ড গৰমৰ পাছত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণ, বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী…

আস্বাভাৱিক গৰমৰ বাবে অতিষ্ঠ হৈ পৰিছে ৰাজ্যবাসী। যাৰ বাবে সলনি কৰা হৈছে পাঠদানৰ সময়সৃচী। শুকুৰবাৰেও পাৰাস্তম্ভ আৰু এখোপ আগুৱাই ৩৯ ডিগ্ৰী চুইছিল। ৰাজ্যৰ ইতিহাসত ছেপ্টেম্বৰ মাহত এনে গৰম হয়তো পূৰ্বতে হোৱা নাই।বৰষুণ কামনা কৰি বিভিন্ন গাঁৱৰ ৰাইজে পাতিলে ভেকুলী বিয়া।

trishna-kalita
Trishna Kalita | Published: 21 Sep 2024 16:57 PM
উৎকট গৰমৰ মাজতেই ৰাজ্যত প্ৰচণ্ড ধুমুহা-বৰষুণ। অস্বাভাৱিক গৰমৰ মাজতে অহা বৰষুণত স্বস্তিৰ নিশ্বাস জনতাৰ ।

1 / 5
কাছাৰত তাণ্ডৱ চলাইছে ধুমুহা-বৰষুণে। শিলচৰৰ বিভিন্ন ঠাইত ওভালি পৰি প্ৰকাণ্ড গছ। পাথাৰকান্দিতো মূষলধাৰ বৰষুণ।

2 / 5
ইয়াৰ উপৰিও ৰাজ্যৰ কেইবাখনো জিলাত বতৰ বিজ্ঞান বিভাগে Yellow Alert জাৰি কৰিছে। ডিমা হাচাও, কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাত আজি বতৰ বিজ্ঞান বিভাগে Yellow Alert জাৰি কৰিছে।

3 / 5
পশ্চিম কাৰ্বি আংলং, কাৰ্বি আংলং, গোলাঘাট, ডিব্ৰুগড়, তিনিচুকীয়া, ডিমা হাচাও, কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাত দেওবাৰে বতৰ বিজ্ঞান বিভাগে Yellow Alert জাৰি কৰিছে।

4 / 5
ধুবুৰী, কামৰূপ, কামৰূপ(মহানগৰ), ওদালগুৰি, শোণিতপুৰ, বিশ্বনাথ, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া জিলাত সোমবাৰে বতৰ বিজ্ঞান বিভাগে Yellow Alert জাৰি কৰিছে। চিৰাং, বৰপেটা, নলবাৰী, কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাত মঙলবাৰে বতৰ বিজ্ঞান বিভাগে Yellow Alert জাৰি কৰিছে।

5 / 5
Follow Us
Latest Stories