5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Weather Update: সাৱধান, ৰাজ্যত বতৰে ধাৰণ কৰিব পাৰে কালৰূপ

আগন্তুক কেইবা দিনলৈ উত্তৰপূৱত হ’ব ধাৰাসাৰ বৰষুণ। কোন কোন স্থানত দিছে হালধীয়া সতৰ্কবাণী।

barasha-misra
Barasha Misra | Published: 21 May 2024 15:34 PM
বৰষুণ

বৰষুণ

1 / 5
যাৰ বাবে উত্তৰ-পূবৰ কেইবাখনো জিলাত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।

2 / 5
কেৱল বৰষুণেই নহয় বিভিন্ন স্থানত আহিছে ধুমুহা আৰু শিলাবৃষ্টি। এই ধুমুহাই ভিন্ন প্ৰান্তত কৰিছে ক্ষতিসাধন।

3 / 5
Weather Update: সাৱধান, ৰাজ্যত বতৰে ধাৰণ কৰিব পাৰে কালৰূপ

4 / 5
২৩ মে’ত মিজোৰাম, মণিপুৰ, নাগালেণ্ড আৰু ত্ৰিপুৰাত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।  অসমৰ লগতে উত্তৰ-পূবৰ বিভিন্ন ৰাজ্যত কেইদিনমানৰ পৰা হৈ আছে ধাৰাসাৰ বৰষুণ। যাৰ বাবে উত্তৰ-পূবৰ কেইবাখনো জিলাত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।

5 / 5
Latest Stories