Weather Update: সাৱধান, ৰাজ্যত বতৰে ধাৰণ কৰিব পাৰে কালৰূপ Assam news - Assam Tv9

Weather Update: সাৱধান, ৰাজ্যত বতৰে ধাৰণ কৰিব পাৰে কালৰূপ

Published: 

21 May 2024 15:34 PM

আগন্তুক কেইবা দিনলৈ উত্তৰপূৱত হ’ব ধাৰাসাৰ বৰষুণ। কোন কোন স্থানত দিছে হালধীয়া সতৰ্কবাণী।

1 / 5বৰষুণ

বৰষুণ

2 / 5

যাৰ বাবে উত্তৰ-পূবৰ কেইবাখনো জিলাত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।

3 / 5

কেৱল বৰষুণেই নহয় বিভিন্ন স্থানত আহিছে ধুমুহা আৰু শিলাবৃষ্টি। এই ধুমুহাই ভিন্ন প্ৰান্তত কৰিছে ক্ষতিসাধন।

4 / 5

5 / 5

২৩ মে’ত মিজোৰাম, মণিপুৰ, নাগালেণ্ড আৰু ত্ৰিপুৰাত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। অসমৰ লগতে উত্তৰ-পূবৰ বিভিন্ন ৰাজ্যত কেইদিনমানৰ পৰা হৈ আছে ধাৰাসাৰ বৰষুণ। যাৰ বাবে উত্তৰ-পূবৰ কেইবাখনো জিলাত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।

লং আৰু নহৰুৰ স্বাস্থ্যৰ উপকাৰিতা কি ? কিয় খাব লাগে ? জানক
মাহেকীয়াৰ পেটৰ বিষ কেনেকৈ দূৰ কৰিব?
ৰাতিপুৱা খালী পেটত মাখানা খালে কি হয়? বিশেষজ্ঞৰ পৰা জানক...
মহাশিৱৰাত্ৰিত মহাদেৱক কি বস্তু অৰ্পন কৰিলে ভাল ফল পোৱা যায়?