Weather Update: সাৱধান, ৰাজ্যত বতৰে ধাৰণ কৰিব পাৰে কালৰূপ Assam news - Assam Tv9

Weather Update: সাৱধান, ৰাজ্যত বতৰে ধাৰণ কৰিব পাৰে কালৰূপ

Published: 

21 May 2024 15:34 PM

আগন্তুক কেইবা দিনলৈ উত্তৰপূৱত হ’ব ধাৰাসাৰ বৰষুণ। কোন কোন স্থানত দিছে হালধীয়া সতৰ্কবাণী।

1 / 5বৰষুণ

বৰষুণ

2 / 5

যাৰ বাবে উত্তৰ-পূবৰ কেইবাখনো জিলাত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।

3 / 5

কেৱল বৰষুণেই নহয় বিভিন্ন স্থানত আহিছে ধুমুহা আৰু শিলাবৃষ্টি। এই ধুমুহাই ভিন্ন প্ৰান্তত কৰিছে ক্ষতিসাধন।

4 / 5

5 / 5

২৩ মে’ত মিজোৰাম, মণিপুৰ, নাগালেণ্ড আৰু ত্ৰিপুৰাত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। অসমৰ লগতে উত্তৰ-পূবৰ বিভিন্ন ৰাজ্যত কেইদিনমানৰ পৰা হৈ আছে ধাৰাসাৰ বৰষুণ। যাৰ বাবে উত্তৰ-পূবৰ কেইবাখনো জিলাত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।

দীপাৱলীৰ দিনটোত নকৰিব এই ভুল!
নছৰল্লাহৰ মৃত্যুৰ এমাহৰ পাছত নতুন নেতা নিৰ্বাচিত কৰিলে হিজবুল্লাহে...
পৰম্পৰা ৰক্ষা কৰি প্ৰদূষণমুক্ত দীপাৱলী কেনেকৈ উদযাপন কৰিব ? জানক
দেৱালীৰ সময়ত ভাগ্য ফুলিব এই ৫ ৰাশিৰ! লাভ কৰিব চাকৰি, ধন-সম্পত্তি...