শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Assam Weather Update: ৰাজ্যৰ ভিন্নপ্ৰান্তত ঘন কুঁৱলীৰ আচ্ছাদন, কেইবাখনো জিলালৈ ধুমুহা-বৰষুণৰ সতৰ্কবাণী

Assam Weather: প্ৰচণ্ড শীতে কঁপাইছে ৰাজ্য। উজনিৰ পৰা নামনিলৈ দেখা গৈছে ডাঠ কুঁৱলী আৱৰণ। ইয়াৰ মাজতে বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে সতৰ্কবাণী। অসমৰ ৮ খন জিলাৰ জনতাক বিশেষভাৱে সাৱধান হৈ থকাৰ আহ্বান।

trishna-kalita
Trishna Kalita | Updated On: 23 Jan 2025 16:02 PM
ডাঠ কুঁৱলীৰ লগতে প্ৰচণ্ড শীতে কঁপাইছে ৰাজ্য। উজনিৰ পৰা নামনিলৈ দেখা গৈছে ডাঠ কুঁৱলী আৱৰণ। পুৱাৰে ঘন কুঁৱলী আৱৰি ৰাখিছে গুৱাহাটীৰ আকাশ।

1 / 5
ইয়াৰ মাজতে বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে সতৰ্কবাণী। অসমৰ ৮ খন জিলাৰ জনতাক বিশেষভাৱে সাৱধান হৈ থকাৰ আহ্বান। ৰাজ্যৰ ১৬খন জিলাত বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে Yellow Alert।

2 / 5
২৭ জানুৱাৰী পৰ্যন্ত ৰাজ্যত প্ৰচণ্ড শীত, ডাঠ কুঁৱলীৰ সতৰ্কবাণী জাৰি কৰা হৈছে। শীত প্ৰবাহৰ মাজতে প্ৰচণ্ড ধুমুহা-বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰা বতৰ বিজ্ঞান কেন্দ্ৰই।

3 / 5
আজি কোকৰাঝাৰ, ধুবুৰী, দক্ষিণ শালমাৰা, গোৱালাপাৰা, নগাঁও, পশ্চিম কাৰ্বি আংলং, হোজাই, কাৰ্বি আংলং, হাইলাকান্দি, শ্ৰীভূমি,মাজুলী, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলালৈ Yellow Alert জাৰি। এইকেইখন জিলাত কুঁৱলীৰ লগতে  বৰষুণৰ হোৱাৰ সম্ভাৱনা জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।

4 / 5
২৪ জানুৱাৰীত ৮ খন জিলাত বৰষুণৰ হোৱাৰ সম্ভাৱনা জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। মাজুলী, লখিমপুৰ, ধেমাজি, তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাত কাইলৈ Yellow Alert জাৰি কৰিছে  বতৰ বিজ্ঞান বিভাগে ।

5 / 5