Gold Price Guwahati: ৰঙালী বিহুৰ সময়ত সোণৰ অলংকাৰ ক্ৰয় কৰিব বিচাৰে নেকি? তেন্তে এয়াই সোণালী সুয়োগ! | What is the price of gold and silver in Guwahati during Rongali Bihu Assam news - Assam Tv9

Gold Price Guwahati: ৰঙালী বিহুৰ সময়ত সোণৰ অলংকাৰ ক্ৰয় কৰিব বিচাৰে নেকি? তেন্তে এয়াই সোণালী সুয়োগ!

Updated On: 

16 Apr 2025 10:58 AM

Gold Rate: ভাৰতত সোণ আৰু ৰূপৰ মুল্যৰ উঠা-নমা দেখা গৈছে। আজি জানো আহক আপোনাৰ চহৰত সোণ-ৰূপৰ মূল্য কিমান চলি আছে।

1 / 5ভাৰতত আজি ২৪ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰাম ৯,৬৩২ টকা, ২২ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰাম ৮,৮৩০ টকা আৰু ১৮ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰাম ৭,২২৫ টকা।

ভাৰতত আজি ২৪ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰাম ৯,৬৩২ টকা, ২২ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰাম ৮,৮৩০ টকা আৰু ১৮ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰাম ৭,২২৫ টকা।

2 / 5

সোণক ধন-সম্পত্তি আৰু সমৃদ্ধিৰ প্ৰতীক বুলি গণ্য কৰা হয়। বিশেষকৈ ভাৰতীয় পৰিয়ালৰ বিয়াত সোণৰ বিশেষ স্থান আছে। সোণৰ গহনা আৰু মুদ্ৰা এটা প্ৰজন্মৰ পৰা আনটো প্ৰজন্মলৈ চলি আহিছে। অৰ্থনৈতিক অনিশ্চয়তাৰ সময়ত ইয়াক আটাইতকৈ নিৰাপদ আৰু শ্ৰেষ্ঠ বিনিয়োগ বুলি ধৰা হয়।

3 / 5

আজি গুৱাহাটীত সোণৰ মূল্য ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰাম ৯,৬১৭ টকা, ২২ কেৰেট সোণৰ প্ৰতি গ্ৰাম ৮,৮১৫ টকা আৰু ১৮ কেৰেট সোণ (৯৯৯ সোণ বুলিও কোৱা হয়) প্ৰতি গ্ৰাম ৭,২১৩ টকা।

4 / 5

আজি গুৱাহাটীত ৰূপৰ মূল্য ১০০ টকা আৰু প্ৰতি কিলোগ্ৰাম ১,০০,০০০ টকা। বুধবাৰৰ দিনটোত গুৱাহাটীত ৰূপৰ মূল্য প্ৰতি গ্ৰামত ৯৯.৮০ টকা আৰু প্ৰতি কিলোগ্ৰাম ৯৯,৮০০ টকা আছিল।

5 / 5

১৫ এপ্ৰিল মঙলবাৰে পুৱা ৩৫০ টকাৰ হ্ৰাস পাইছিল। বুধবাৰে দিল্লীত ২২ কেৰেটৰ প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য ৮৭,৩৫০ টকা আৰু ২৪ কেৰেটৰ প্ৰতি ১০ গ্ৰামত ৯৫,৩৩০ টকা আছিল।

গ্ৰীষ্মকালত কিদৰে চুলিৰ যতন ল'ব, অনুসৰণ কৰক এই নিয়ম!
ফেটি লিভাৰ হ'লে কি কি লক্ষণে দেখা দিয়ে? জানক সকলো...
ফ্লেভাৰযুক্ত কণ্ডমৰ উদ্দেশ্য কি? কিয় জনপ্ৰিয়তা বাঢ়িছে ফ্লেভাৰযুক্ত কণ্ডমৰ ?
ভগৱান হনুমানক পূজা কৰাৰ শুভ সময় কেতিয়া? সঠিক নিয়ম জানক