10 Apr 2025 14:03 PM
আকৌ সোণৰ দাম হ্ৰাস পাইছে। আপুনি যদি বিয়া বা যিকোনো অনুষ্ঠানত পিন্ধিবলৈ কিনিব বিচাৰি আছে, তেন্তে এয়াই সোণালী সুযোগ।
আজি ১০ এপ্ৰিলত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰাম ৯,০৬০ টকা, ২২ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৮,৩০৬ টকা আৰু ১৮ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰাম ৬,৭৯৬ টকা।
মুম্বাইত ২২ কেৰেট সোণৰ হাৰ প্ৰতি গ্ৰামত ৮২৯১ টকা আৰু ২৪ কেৰেট সোণৰ হাৰ প্ৰতি গ্ৰামত ৯০৪৫ টকা। ইফালে চেন্নাইত ২২ কেৰেট সোণৰ হাৰ প্ৰতি গ্ৰামত ৮২৯১ টকা আৰু ২৪ কেৰেট সোণৰ হাৰ প্ৰতি গ্ৰামত ৯০৪৫ টকা।
আজি ১০ এপ্ৰিল তাৰিখে গুৱাহাটীত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰাম ৮,৯০৪ টকা, আনহাতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰাম ৮,২৯১ টকা।
আজি গুৱাহাটীত ১ গ্ৰাম ৰূপৰ মূল্য ৯১.৯৬ টকা, আনহাতে ১০ গ্ৰাম ৰূপৰ মূল্য ৯১৯.৬ টকা আৰু ১০০ গ্ৰাম ৰূপৰ মূল্য ৯,১৯৬ টকা। ইফালে দিল্লীত ৰূপৰ মূল্য প্ৰতি কেজিত ৯২,৯০০ টকা।