Gold Price Today: আজি বৃদ্ধি পাইছে সোণৰ মূল্য! জানক গুৱাহাটীত কিমান হৈছে সোণ-ৰূপৰ মূল্য | what is the price of gold and silver in guwahati on 10 january 2025 Assam news - Assam Tv9

Gold Price Today: আজি বৃদ্ধি পাইছে সোণৰ মূল্য! জানক গুৱাহাটীত কিমান হৈছে সোণ-ৰূপৰ মূল্য

Updated On: 

10 Jan 2025 10:36 AM

Gold Rate Today In Guwahati: কিছুদিনৰ পৰা সোণৰ মূল্য বৃদ্ধি হৈ আছে। আজি সোণৰ মূল্য প্ৰায় ৫০০ টকা বৃদ্ধি হৈছে। জানক আজিৰ দিনটোত গুৱাহাটীত কিমান উত্থান-পতন হৈছে সোণ-ৰূপৰ মূল্য।

1 / 5দেশত ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে সোণৰ মূল্য। আজিৰ দিনটোত দেশত ১০০ টকা বৃদ্ধি হৈছে সোণত। আজি ২৪ কেৰেট সোণৰ মূল্য ৫০০ টকা আৰু ২২ কেৰেট সোণৰ মূল্য ৪৫০টকালৈ বৃদ্ধি হৈছে।

দেশত ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে সোণৰ মূল্য। আজিৰ দিনটোত দেশত ১০০ টকা বৃদ্ধি হৈছে সোণত। আজি ২৪ কেৰেট সোণৰ মূল্য ৫০০ টকা আৰু ২২ কেৰেট সোণৰ মূল্য ৪৫০টকালৈ বৃদ্ধি হৈছে।

2 / 5

দেশৰ বেছিভাগ চহৰতে ২৪ কেৰেট সোণৰ মূল্য হৈছে ৭৯,৩০০ টকা আৰু ২২ কেৰেট সোণৰ মূল্য প্ৰায় ৭২,৭০০ টকা হৈছে। ইফালে ভাৰতত ৰূপৰ মূল্য প্ৰতি গ্ৰামত ৯৩.৫০ টকা আৰু প্ৰতি কিলোগ্ৰামত ৯৩.৫০০ টকা হৈছে।

3 / 5

গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি, আজি গুৱাহাটীত সোণৰ মূল্য ২২ কেৰেট সোণৰ প্ৰতি গ্ৰামত ৭,২৮৫ টকা আৰু ২৪ কেৰেট সোণৰ বাবে প্ৰতি গ্ৰামত ৭,৯৪৭ টকা হৈছে (যাক ৯৯৯ সোণ বুলিও কোৱা হয়)।

4 / 5

ইফালে, আজি গুৱাহাটীত ৰূপৰ মূল্য প্ৰতি গ্ৰামত ৯৩.৫০ টকা আৰু প্ৰতি কিলোগ্ৰামত ৯৩,৫০০ টকা হৈছে। ১০ গ্ৰাম ৰূপৰ মূল্য ৯৩৫ টকা আৰু ১০০ গ্ৰামত ৯, ৩৫০ টকা হৈছে। বৃহস্পতিবাৰৰ দিনটোত ১০ গ্ৰাম ৰূপৰ মূল্য আছিল ৯২৫ টকা আৰু ১০০ গ্ৰাম ৰূপৰ মূল্য আছিল ৯,২৫০ টকা।

5 / 5

এতিয়া ক্ৰমাৎ সোণৰ মূল্য ব্যয়বহুল হৈ আহিছে। সোণৰ মূল্য বৃদ্ধিৰ এটা কাৰণ হৈছে আন্তঃৰাষ্ট্ৰীয় বজাৰত শক্তি আৰু দেশৰ বিনিয়োগকাৰীৰ চাহিদা বৃদ্ধি।

বিশ্বৰ ৫খন দেশ, য'ত ব্যাপক ৰূপত প্ৰচলিত হয় হিন্দী ভাষা
পিতৃৰ জন্মদিন বিশেষভাবে উদযাপন কৰিলে আল্লু অৰ্জুনে, জানক সবিশেষ
শৰীৰৰ কোন অংশত তিল থাকিলে কি হয় ? জানক সবিশেষ
চকুৰ বাবে উপকাৰী গাজৰ, জানক কি কি বেমাৰত সহায় কৰে গাজৰে