Gold Price Guwahati: হ্ৰাস পাইছে সোণৰ মূল্য! আজি গুৱাহাটীত কিমান দৰত বিক্ৰী হৈছে সোণ-ৰূপ? | what is the price of gold and silver in Guwahati on 24 april, gold silver rate falls in india Assam news - Assam Tv9

Gold Price Guwahati: হ্ৰাস পাইছে সোণৰ মূল্য! আজি গুৱাহাটীত কিমান দৰত বিক্ৰী হৈছে সোণ-ৰূপ?

Updated On: 

24 Apr 2025 13:03 PM

Gold Price: সোণ-ৰূপৰ মূল্যৰ ধাৰাবাহিক পৰিৱৰ্তন হৈ আছে। এনে ক্ষেত্ৰত আজি ২৪ এপ্ৰিলত গুৱাহাটীৰ সোণৰ মূল্য কিমান জানো আহক।

1 / 5সোণে এক লাখ টকা অতিক্ৰম কৰাৰ পিছৰে পৰা সোণৰ দৰত কিছু পৰিৱৰ্তন ঘটিছে। ২২ এপ্ৰিল মঙলবাৰে সোণে এক লাখ টকাৰ স্তৰ স্পৰ্শ কৰিছিল যদিও তাৰ পিছত সোণৰ হাৰত সামান্য সংশোধন ঘটিছে।

সোণে এক লাখ টকা অতিক্ৰম কৰাৰ পিছৰে পৰা সোণৰ দৰত কিছু পৰিৱৰ্তন ঘটিছে। ২২ এপ্ৰিল মঙলবাৰে সোণে এক লাখ টকাৰ স্তৰ স্পৰ্শ কৰিছিল যদিও তাৰ পিছত সোণৰ হাৰত সামান্য সংশোধন ঘটিছে।

2 / 5

আজি একেৰাহে দ্বিতীয় দিন সোণৰ মূল্য হ্ৰাস পাইছে। ভাৰতত আজি ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰাম ৯,৮২৪ টকা, ২২ কেৰেট সোণৰ ৯,০০৫ টকা আৰু ১৮ কেৰেট সোণৰ (৯৯৯ সোণ বুলিও কোৱা হয়) প্ৰতি গ্ৰাম ৭,৩৬৮ টকা।

3 / 5

গুৱাহাটীত আজি ২২ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৯,১৯০ টকা, আৰু ২৪ কেৰেটত সোণৰ মূল্য প্ৰতি গ্ৰাম ৯,৬৫০ টকা।

4 / 5

বুধবাৰে ভাৰতত দিনত সোণৰ মূল্য ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰামত ৯,৮৩৫ টকা, ২২ কেৰেট সোণৰ প্ৰতি গ্ৰামত ৯,০১৫ টকা আৰু ১৮ কেৰেট সোণৰ (৯৯৯ সোণ বুলিও কোৱা হয়) প্ৰতি গ্ৰাম ৭,৩৭৬ টকা আছিল। ইফালে গুৱাহাটীত ২২ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰাম ৯,৪৬৫ টকা, ২৪ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰাম ৯,৬৫০ টকা আছিল।

5 / 5

আজি ভাৰতত ৰূপৰ মূল্য প্ৰতি গ্ৰাম ১০০.৯০ টকা আৰু প্ৰতি কিলোগ্ৰাম ১,০০,৯০০ টকা। দ্য ফাইনেন্সিয়েল এক্সপ্ৰেছৰ তথ্য অনুসৰি বুধবাৰে গুৱাহাটীত ৰূপৰ মূল্য প্ৰতি গ্ৰাম ৯৬.৩২ টকা আৰু ১০ গ্ৰাম ৰূপৰ মূল্য ৯৬৩.২ টকা আৰু ১০০ গ্ৰাম ৰূপৰ মূল্য ৯,৬৩২ টকা।

দাঁতৰ ৰং হালধীয়া হৈ পৰিছে নেকি? এই ঘৰুৱা উপায়ৰ দ্বাৰা কৰক বগা আৰু উজ্বল,...
এইসমূহ লক্ষণে দেখা দিছে নেকি? তেন্তে কমিব পাৰে শৰীৰত তেজৰ পৰিমাণ...
ব্ৰেইন টিউমাৰ হোৱাৰ পিছত শৰীৰত কি কি লক্ষণ দেখা যায়?
মুখৰ সংক্ৰমণৰ লক্ষণসমূহ কি কি? সবিশেষ জানক