শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Gold Price Guwahati: অক্ষয় তৃতীয়াৰ পূৰ্বে বৃদ্ধি সোণৰ মূল্য! গুৱাহাটীত কিমান দৰত বিক্ৰী হৈছে সোণ-ৰূপ?

Gold Rate: সোণ-ৰূপৰ মূল্যৰ ধাৰাবাহিক পৰিৱৰ্তন। আজি গুৱাহাটীত সোণৰ মূল্য পৰিৱৰ্তন হোৱাৰ লগতে আন চহৰতো সোণ-ৰূপৰ মূল্যৰ উঠা-নমা অব্যাহত আছে। আহি চাওক গুৱাহাটীত সোণৰ মূল্য কিমান...

barasha-misra
Barasha Misra | Published: 29 Apr 2025 13:19 PM
৩০ এপ্ৰিলত অক্ষয় তৃতীয় উদযাপন কৰা হ'ব আৰু এই উৎসৱৰ পূৰ্বে সোণৰ মূল্য বৃদ্ধি পাইছে দেশৰ বুলিয়ন বজাৰত।

1 / 5
অসমত এই দিনটো বিশেষ ধুমধামে পালন কৰা নহয় যদিও সোণৰ দোকানত ইয়াৰ প্ৰভাৱ দেখা যাব। এই দিনটোত সোণ কিনাটো শুভ বুলি গণ্য কৰা হয়। অক্ষয় তৃতীয়াৰ এদিন পূৰ্বে এতিয়া বাঢ়িছে সোণৰ মূল্য।

2 / 5
আজি ভাৰতত ২২ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰাম ৯০১৫ টকা, আনহাতে ১০ গ্ৰাম সোণৰ মূল্য ৯০,১৫০ টকা। ১০০ গ্ৰাম সোণৰ মূল্য ৯,০১,৫০০ টকা।

3 / 5
গুৱাহাটীত আজি প্ৰতি গ্ৰাম ২৪ কেৰেট সোণৰ মূল্য ৯,৭৯৭ টকা, প্ৰতি গ্ৰাম ২২ কেৰেট সোণৰ মূল্য ৮,৯৮০ টকা আৰু ১৮ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৭,৩৪৮ টকা।

4 / 5
গুৱাহাটীত ৰূপৰ মূল্য আজি প্ৰতি গ্ৰাম ১০০.৫০ টকা আৰু প্ৰতি কেজিত ১,০০,৫০০ টকা।

5 / 5