বৰ্তমান মুম্বাই, চেন্নাই আৰু কলকাতাত ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৮৩১০০ টকা, আনহাতে ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৯০৬৬০ টকা। হায়দৰাবাদত ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৮৩১০০ টকা
আজি ৬ এপ্ৰিল দেওবাৰে ৰাম নৱমীৰ দিনা সোণৰ দাম তুলনামুলকভাৱে একেই আছে। ২৪ কেৰেটৰ সোণ ৫৪০ টকা সস্তা হোৱাৰ বিপৰীতে ২২ কেৰেটৰ সোণৰ মূল্য ৫০০ টকা।
আজি গুৱাহাটীত প্ৰতি গ্ৰাম ২২ কেৰেট সোণৰ মূল্য ৮,৫০০ টকা আৰু ২৪ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৮,৯২৫ টকা।
আজি গুৱাহাটীত ৰূপৰ মূল্য প্ৰতি গ্ৰামত প্ৰায় ৯৪ টকা আৰু প্ৰতি কিলোগ্ৰাম ৯৪,০০০ টকা।
শনিবাৰৰ দিনটোত দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৯০ হাজাৰ ৬৬০ টকা । একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৮৩ হাজাৰ ১০০ টকা আৰু ৰূপ প্ৰতি কিলোগ্ৰামত ৯৫ হাজাৰ টকাত বিক্ৰী হৈছে।