গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি, সোমবাৰৰ দিনটোত গুৱাহাটীত ২২ কেৰেট সোণ প্ৰতি গ্ৰামত ৭২১৫ টকাত বিক্ৰী হৈছে। অৰ্থাৎ ১০ গ্ৰাম ২২ কেৰেটৰ দাম গুৱাহাটীত ৭২,১৫০ টকা আছিল। সেই অনুসৰি ১০০ গ্ৰাম ২২ কেৰেট সোণৰ দাম সোমবাৰৰ দিনটোত গুৱাহাটীত ৭,০৫,৪৭০ টকা হৈছিল আৰু ২৪ কেৰেট সোণৰ দৰ হৈছিল ৭,৮৭১ টকা।