শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Gold Price Guwahati: আজি গুৱাহাটীত কিমান দৰত ক্ৰয় কৰিব পাৰিব সোণ-ৰূপ?

Gold Price: সোণ-ৰূপৰ মূল্যৰ ধাৰাবাহিক পৰিৱৰ্তন হৈ আছে। এনে ক্ষেত্ৰত আজি ১০ এপ্ৰিলত দিল্লীৰ পৰা গুৱাহাটীলৈ বৰ্তমানৰ সোণৰ মূল্য কিমান জানো আহক।

barasha-misra
Barasha Misra | Updated On: 20 Apr 2025 13:07 PM
এটা বা দুটা নহয় বহুকেইটা কাৰণত সোণ বাঢ়িছে, এই দাম ১ লাখ টকা হ'ব পাৰে বুলি আশংকা কৰিছে একাংশ বিষেজ্ঞই।

1 / 5
দেশৰ ভিতৰত সোণৰ মূল্য ঘৰুৱা আৰু বিশ্বব্যাপী উভয় কাৰকৰ দ্বাৰা প্ৰভাৱিত হয়। দিল্লীত ২২ কেৰেট সোণৰ মূল্য বৰ্তমান প্ৰতি ১০ গ্ৰামত ৮৯৬০০ টকা, আনহাতে ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৯৭৭৩০ টকা

2 / 5
আজিৰ গুৱাহাটীত প্ৰতি গ্ৰাম ২২ কেৰেট সোণৰ মূল্য ৮,৮১৫টকা আৰু প্ৰতি গ্ৰাম ২৪ কেৰেট সোণৰ মূল্য  ৯,৫৭১.৯০ টকা। ২২ কেৰেট সোণৰ ১০ গ্ৰামৰ মূল্য ৮৮,১৫০ টকা আৰু ২৪ কেৰেট সোণৰ মূল্য ৯৫,৭১৯ টকা।

3 / 5
গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি, শনিবাৰে গুৱাহাটীৰ বজাৰত ২৪ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৯,৭৫৮ টকা। ২২ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৮,৯৪৫ টকা আৰু আৰু ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামত ৭,৩১৯ টকা আছিল।

4 / 5
আজি গুৱাহাটীত প্ৰতি গ্ৰাম ৰূপৰ মূল্য প্ৰায় ৯৫.৪৫ টকা। ১০ গ্ৰাম ৰূপৰ মূল্য ৯৫৪.৫ টকা, আনহাতে ১০০ গ্ৰাম ৰূপৰ মূল্য ৯,৫৪৫ টকা।

5 / 5