সোণৰ দাম ৫৫ হাজাৰ টকালৈ হ্ৰাস পাব পাৰে, কাৰণ জানিলে আপুনি স্তম্ভিত হ’ব। আজি দেশত বৃদ্ধি পাইছে সোণৰ মূল্য। ২৪ কেৰেটৰ ৭১০০ টকালৈ ব্যয়বহুল হৈ পৰিছে কিন্তু ৰূপ সস্তা হৈছে।
মঙলবাৰে হ্ৰাস পাইছে সোণৰ দাম। আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৬৫০ টকা হ্ৰাস পাই ৮৯,৭৩০ টকা হৈছে। আজি গুৱাহাটীত সোণৰ দাম কিমান হৈছে জানি লওঁ আহক…
আজি গুৱাহাটীত সোণৰ মূল্য ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰাম ৯,০৪৪ টকা, ২২ কেৰেট সোণৰ প্ৰতি গ্ৰাম ৮,২৯০ টকা আৰু ১৮ কেৰেট সোণ (৯৯৯ সোণ বুলিও কোৱা হয়) প্ৰতি গ্ৰাম ৬,৭৮৩ টকা।
গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি মঙলবাৰে গুৱাহাটীৰ বজাৰত ২৪ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৮,৯৭৩ টকা। ২২ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৮,২২৫ টকা আৰু আৰু ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামত ৬,৭৩০ টকা আছিল।
আজি গুৱাহাটীত ৰূপৰ মূল্য প্ৰতি গ্ৰাম ৯৩ টকা আৰু প্ৰতি কিলোগ্ৰাম ৯৩,০০০ টকা। ইফালে মঙলবাৰে গুৱাহাটীৰ বজাৰত আজি প্ৰতি কিলোগ্ৰাম ৰূপ ৯৪,০০০ হাজাৰ টকাত বিক্ৰী হৈছিল।