Gold Price Guwahati: আজি গুৱাহাটীত কিমান দৰত ক্ৰয় কৰিব পাৰিব সোণ-ৰূপ? | what is the price of gold and silver in Guwahati on april 9, gold silver rate falls in india Assam news - Assam Tv9

Gold Price Guwahati: আজি গুৱাহাটীত কিমান দৰত ক্ৰয় কৰিব পাৰিব সোণ-ৰূপ?

Published: 

09 Apr 2025 13:50 PM

Gold Rate: ভাৰতত সোণ আৰু ৰূপৰ মুল্যৰ উঠা-নমা দেখা গৈছে। আজি জানো আহক আপোনাৰ চহৰত সোণ-ৰূপৰ মূল্য কিমান চলি আছে।

1 / 5সোণৰ দাম ৫৫ হাজাৰ টকালৈ হ্ৰাস পাব পাৰে, কাৰণ জানিলে আপুনি স্তম্ভিত হ’ব। আজি দেশত বৃদ্ধি পাইছে সোণৰ মূল্য। ২৪ কেৰেটৰ ৭১০০ টকালৈ ব্যয়বহুল হৈ পৰিছে কিন্তু ৰূপ সস্তা হৈছে।

সোণৰ দাম ৫৫ হাজাৰ টকালৈ হ্ৰাস পাব পাৰে, কাৰণ জানিলে আপুনি স্তম্ভিত হ’ব। আজি দেশত বৃদ্ধি পাইছে সোণৰ মূল্য। ২৪ কেৰেটৰ ৭১০০ টকালৈ ব্যয়বহুল হৈ পৰিছে কিন্তু ৰূপ সস্তা হৈছে।

2 / 5

মঙলবাৰে হ্ৰাস পাইছে সোণৰ দাম। আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৬৫০ টকা হ্ৰাস পাই ৮৯,৭৩০ টকা হৈছে। আজি গুৱাহাটীত সোণৰ দাম কিমান হৈছে জানি লওঁ আহক…

3 / 5

আজি গুৱাহাটীত সোণৰ মূল্য ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰাম ৯,০৪৪ টকা, ২২ কেৰেট সোণৰ প্ৰতি গ্ৰাম ৮,২৯০ টকা আৰু ১৮ কেৰেট সোণ (৯৯৯ সোণ বুলিও কোৱা হয়) প্ৰতি গ্ৰাম ৬,৭৮৩ টকা।

4 / 5

গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি মঙলবাৰে গুৱাহাটীৰ বজাৰত ২৪ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৮,৯৭৩ টকা। ২২ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৮,২২৫ টকা আৰু আৰু ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামত ৬,৭৩০ টকা আছিল।

5 / 5

আজি গুৱাহাটীত ৰূপৰ মূল্য প্ৰতি গ্ৰাম ৯৩ টকা আৰু প্ৰতি কিলোগ্ৰাম ৯৩,০০০ টকা। ইফালে মঙলবাৰে গুৱাহাটীৰ বজাৰত আজি প্ৰতি কিলোগ্ৰাম ৰূপ ৯৪,০০০ হাজাৰ টকাত বিক্ৰী হৈছিল।

গ্ৰীষ্মকালত কিদৰে চুলিৰ যতন ল'ব, অনুসৰণ কৰক এই নিয়ম!
ফেটি লিভাৰ হ'লে কি কি লক্ষণে দেখা দিয়ে? জানক সকলো...
ফ্লেভাৰযুক্ত কণ্ডমৰ উদ্দেশ্য কি? কিয় জনপ্ৰিয়তা বাঢ়িছে ফ্লেভাৰযুক্ত কণ্ডমৰ ?
ভগৱান হনুমানক পূজা কৰাৰ শুভ সময় কেতিয়া? সঠিক নিয়ম জানক