শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Gold Rate Today: ৬ ফেব্ৰুৱাৰীত মূল্য বৃদ্ধি পালে সোণৰ, জানক আজি গুৱাহাটীৰ বজাৰত কিমান সোণ-ৰূপৰ মূল্য

সোণ আৰু ৰূপৰ মূল্য ধাৰাবাহিকভাৱে উত্থান-পতন হৈ আছে। ইয়াত আপুনি প্ৰতিটো আপডেট বিচাৰি পাব পাৰে। লগতে, শেহতীয়া গুৱাহাটীৰ বজাৰত সোণ-ৰূপৰ মূল্য কিমান হৈছে জানক।

barasha-misra
Barasha Misra | Published: 06 Feb 2025 11:37 AM
দেশত সোণৰ মূল্য পুনৰ বৃদ্ধি হৈছে। শীঘ্ৰে সমগ্ৰ দেশত সোণৰ মূল্য ৮৭০০০ টকা অতিক্ৰম কৰিব। ২০২৪ চনত দেশত সোণৰ চাহিদা বছৰি ৫ শতাংশ বৃদ্ধি হৈ ৮০২.৮ টন হৈছিল। ২০২৩ চনত ইয়াৰ পৰিমাণ ৭৬১ টন আছিল। ২০২৫ চনত ৭০০-৮০০ বা তাতকৈ অধিক হ'ব পাৰে বুলি অনুমান কৰা হৈছে।

1 / 5
আজি ভাৰতত ১০ গ্ৰাম ২২ কেৰেট সোণৰ মূল্য ৭৯,০৬০ টকা আৰু ২৪ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য ৮৬,২৫০ টকা। ইফালে বুধবাৰৰ দিনটোত ১০ গ্ৰাম ২২ কেৰেট সোণৰ মূল্য আছিল ৭৯,০৫০ টকা আৰু ২৪ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য ৮৬,২৪০ টকা আছিল।

2 / 5
আজি গুৱাহাটীত ১০ গ্ৰাম ২২ কেৰেট সোণৰ মূল্য ৭৯,৩০০ টকা আৰু ২৪ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য ৭৯,০৫০ টকা। ইফালে বুধবাৰৰ দিনটোত ১০ গ্ৰাম ২২ কেৰেট সোণৰ মূল্য আছিল ৭৯,০৫০ টকা আৰু ২৪ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য ৮৬,২৪০ টকা আছিল।

3 / 5
আজি ভাৰতত ৰূপৰ মূল্য প্ৰতি গ্ৰামত ৯৯.৫০ টকা আৰু প্ৰতি কিলোগ্ৰামত ৯৯,৫০০ টকা। ভাৰতত ৰূপৰ মূল্য আন্তৰ্জাতিক মূল্যৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয়। আজি গুৱাহাটীত ১০ গ্ৰাম ৰূপৰ মূল্য প্ৰতি গ্ৰামত ১০৬ টকা আৰু প্ৰতি ১০ গ্ৰামত  ১,০৬০ টকা হৈছে।

4 / 5
বিশ্ব বজাৰত অস্থিৰতা আৰু আমেৰিকাৰ নীতিৰ পৰিৱৰ্তনৰ বাবে মানুহে নিৰাপদ বিনিয়োগ হিচাপে সোণত অধিক বিনিয়োগ কৰিছে। সেই কাৰণেই সোণৰ দাম ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে। বিশেষজ্ঞসকলৰ মতে, যদি সুতৰ হাৰ কৰ্তন কৰা হয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত অনিশ্চয়তা অটুট থাকে তেন্তে সোণ-ৰূপৰ দাম আৰু অধিক বৃদ্ধি পাব পাৰে।

5 / 5