শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Gold Price Today: আজিৰ দিনটোত গুৱাহাটীৰ বজাৰত কিমান হৈছে সোণ-ৰূপৰ মূল্য? জানক সবিশেষ

আন্তঃৰাষ্ট্ৰীয় বজাৰৰ হাৰ, আমদানি শুল্ক, কৰ, আৰু বিনিময় হাৰৰ উত্থান-পতনৰ বাবে ভাৰতত সোণৰ মূল্য প্ৰভাৱিত হয়। এই কাৰকসমূহে একেলগে সমগ্ৰ দেশতে দৈনিক সোণৰ হাৰ নিৰ্ধাৰণ কৰে।

barasha-misra
Barasha Misra | Updated On: 13 Jan 2025 10:58 AM
ভাৰতত আজি সোণৰ মূল্য সুস্থিৰ হৈ আছে। যিয়ে বৰ্তমানৰ বজাৰৰ ধাৰাক প্ৰতিফলিত কৰে। আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ মূল্য ৮০,০৭০ টকা, আনহাতে ২২ কেৰেট সোণৰ মূল্য ৭৩,৪০০ টকা। প্ৰতি কিলোগ্ৰাম ৰূপৰ মূল্য ৯৪,৫০০ টকা।

1 / 5
আন্তঃৰাষ্ট্ৰীয় বজাৰৰ হাৰ, আমদানি শুল্ক, কৰ, আৰু বিনিময় হাৰৰ উত্থান-পতনৰ বাবে ভাৰতত সোণৰ মূল্য প্ৰভাৱিত হয়। এই কাৰকসমূহে একেলগে সমগ্ৰ দেশতে দৈনিক সোণৰ হাৰ নিৰ্ধাৰণ কৰে।

আন্তঃৰাষ্ট্ৰীয় বজাৰৰ হাৰ, আমদানি শুল্ক, কৰ, আৰু বিনিময় হাৰৰ উত্থান-পতনৰ বাবে ভাৰতত সোণৰ মূল্য প্ৰভাৱিত হয়। এই কাৰকসমূহে একেলগে সমগ্ৰ দেশতে দৈনিক সোণৰ হাৰ নিৰ্ধাৰণ কৰে।

2 / 5
গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি, আজি গুৱাহাটীত সোণৰ মূল্য ২২ কেৰেট সোণৰ বাবে প্ৰতি গ্ৰামত ৭,৩৪০ টকা আৰু ২৪ কেৰেট সোণৰ বাবে প্ৰতি গ্ৰামত ৮,০০৭ টকা (যাক ৯৯৯ সোণ বুলিও কোৱা হয়)।

3 / 5
১২ জানুৱাৰীৰ দিনটোত গুৱাহাটীৰ বজাৰত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৭৯৬৪ টকা ২২ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৭৩০০ টকা হৈছিল।

১২ জানুৱাৰীৰ দিনটোত গুৱাহাটীৰ বজাৰত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৭৯৬৪ টকা ২২ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৭৩০০ টকা আছিল।

4 / 5
আজি গুৱাহাটীত ৰূপৰ মূল্য প্ৰতি গ্ৰামত ৯৪.৫০ টকা আৰু প্ৰতি কিলোগ্ৰামত ৯৪,৫০০ টকা হৈছে। ইফালে ১২ জানুৱাৰীৰ দিনটোত গুৱাহাটীৰ বজাৰত ৰূপৰ মূল্য প্ৰতি কিলোগ্ৰামত ৯৩.৫০ টকা আছিল।

5 / 5
Latest Stories