5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

‘হিয়া দিয়া নিয়া’ৰ এইগৰাকী অভিনেত্ৰীক চিনি পাইছে নে? এতিয়া এই কাম কামত ব্যস্ত অভিনেত্ৰীগৰাকী

২০০০ চনত মুক্তি পোৱা ছবি 'হিয়া দিয়া নিয়া'ই সকলোৰে মনত সাঁচ বহুৱাই থৈছে। ছবিখনত যতীন বৰাৰ প্ৰেয়সীৰ অভিনয় কৰা লুনা লহকৰে এতিয়া কি কৰি আছে জানক...

barasha-misra
Barasha Misra | Updated On: 10 Sep 2024 16:27 PM
অসমীয়া জনপ্ৰিয় ছবিৰ ভিতৰত অন্যতম 'হিয়া দিয়া নিয়া'। ২০০০ চনত মুক্তি লাভ কৰা ছবিখন নোচোৱা মানুহ খুব কম ওলাব। পূজা মোশ্যন পিকচাৰ্ছৰ বেনাৰত মেৰী লস্কৰে প্ৰযোজনা কৰা এই চলচ্চিত্ৰখনৰ পৰিচালনা বিশিষ্ট পৰিচালক মুনিন বৰুৱাৰ।

1 / 5
ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰে যতীন বৰা, ৰবি শৰ্মা, লুনা লহকৰ, গীতাৱলী ৰাজকুমাৰী, প্ৰাঞ্জল শইকীয়া আৰু মৃদুলা বৰুৱাই। চলচ্চিত্ৰখনে বহুল জনপ্ৰিয়তা লাভ কৰি সমগ্ৰ অসমতে আলোড়নৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল।

2 / 5
কিন্তু আপুনি জানেনে ছবিখনত যতীন বৰাৰ প্ৰেয়সী হিচাপে অভিনয় কৰা লুনা লহকৰ কত আছে আৰু কি কৰি আছে?

3 / 5
বহু অসমীয়া ছবিৰ লগতে  'ইউনাইটেড ছিক্স' নামৰ বলিউডৰ চলচ্চিত্ৰতো অভিনয় কৰিছিল লুনাই। কিন্তু বৰ্তমান এগৰাকী প্ৰতিষ্ঠিত মেকআপ আৰ্টিষ্ট।

4 / 5
কেৰিয়াৰৰ লগতে লুনাই নিজৰ শৰীৰ আৰু স্বাস্থ্যক লৈ যথেষ্ঠ সাৱধান। অসমীয়া ছবিত বহু বছৰ দেখা নাই যদিও, আজিও দৰ্শকে মনত কৰে লুনাৰ অভিনয়।

5 / 5
Follow Us
Latest Stories