5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

গণেশ চতুৰ্থীৰ দিনটোতে ৰাজ্যত শোকাৱহ ঘটনা! চিকিৎসাৰ অভাৱত মৃত্যু বন্যহস্তীৰ

গণেশ চতুৰ্থী উপলক্ষ্যে ৰাজ্যৰ চৌদিশে উখল-মাখল পৰিৱেশ। মন্দিৰে মন্দিৰে ভিৰ কৰিছে ভক্তই। কিন্তু এই দিনটোতে ৰাজ্যত শোকাৱহ ঘটনা সংঘটিত হৈছে। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত হাতীৰ মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি চাঞ্চল্যকৰ পৰিৱেশে বিৰাজ কৰিছে সমগ্র অঞ্চলটোত।

trishna-kalita
Trishna Kalita | Updated On: 07 Sep 2024 18:47 PM
গণেশ চতুৰ্থীৰ দিনটোতে  দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। এটা মৃত হাতীৰ মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি চাঞ্চল্যকৰ পৰিৱেশে বিৰাজ কৰিছে সমগ্র অঞ্চলটোত।

1 / 5
উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰত এটা বনৰীয়া হাতীয়ে আঘাতপ্ৰাপ্ত অৱস্থাত অৱস্থান গ্ৰহণ কৰি আছিল। দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা বন্যহস্তীটোৰ আজি মৃত্যু হয়।

2 / 5
ভৰিত আঘাতপ্ৰাপ্ত হৈ থকা হাতীটোৰ চিকিৎসা প্ৰদানৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ বন বিভাগৰ বিৰুদ্ধে । যাৰ ফলত কাতৰ যন্ত্ৰণাত চটফটাই শনিবাৰে হাতীটো মৃত্যুমুখত পৰিবলগীয়া হয়।

3 / 5
হাতীটোৰ মৃত্যুৰ পাছত শোকাকুল পৰিৱেশ সৃষ্টি হৈছে সমগ্র অঞ্চলটোত। হাতীটোৰ আত্মাৰ শান্তিৰ কামনাৰে সেৱা জনাই অঞ্চলটোৰ ৰাইজে।

4 / 5
হাতীটোৰ মৃত্যুৰ খবৰ পোৱাৰ পাছত ঘটনাস্থলীত উপস্থিত হয় বন বিভাগৰ চিকিৎসকৰ এটা দল। হাতীটোৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়।

5 / 5
Follow Us
Latest Stories