5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

পুনৰ অভিলেখ ভংগ! দুৰ্গা পূজাৰ সময়ত মহানগৰীত বিক্ৰী হ’ল প্ৰায় ৩০ কোটি টকাৰ সুৰা

দুৰ্গা পূজাৰ সময়ছোৱাত গুৱাহাটীত সুৰা বিক্ৰীৰ ক্ষেত্ৰত অভিলেখ। পূজাৰ দিনকেইটাত ৩০ কোটিৰো অধিক টকাৰ সুৰা বিক্ৰী মহানগৰীত। গুৱাহাটী সুৰা বিক্ৰীৰ ২০২২-২৩ বৰ্ষৰ অভিলেখ ভংগ কৰিলে সুৰাপায়ীয়ে

trishna-kalita
Trishna Kalita | Updated On: 13 Oct 2024 22:15 PM
ৰাজ্যবাসীয়ে উলহ-মালহেৰে উদযাপন কৰিলে দুৰ্গা পূজা। ৯ অক্টোবৰত ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা মা  দুৰ্গাক শনিবাৰ আৰু দেওবাৰে অশ্ৰুসিক্ত নয়নেৰে বিদায় জনালে ভক্তই।

1 / 5
মহানগৰতো দুৰ্গা পূজাক লৈ ব্যাপক উৎসাহ দেখা গ'ল ভক্তৰ মাজত। আটকধুনীয়াকৈ নিৰ্মাণ কৰা পূজা মণ্ডপসমূহে আকৰ্ষণ কৰিলে সকলোৰে মন।

2 / 5
ইয়াৰ মাজতে পুনৰ নতুন অভিলেখ গঢ়িলে গুৱাহাটীত সুৰাপায়ীয়ে। পূজাৰ ৪টা দিনত মহানগৰীৰ সুৰাপায়ীয়ে কিনিলে ৩০ কোটিৰো অধিক টকাৰ সুৰা।

3 / 5
গুৱাহাটী সুৰা বিক্ৰীৰ ২০২২-২৩ বৰ্ষৰ অভিলেখ ভংগ কৰিলে  সুৰাপায়ীয়ে। উল্লেখ্য যে ২০২২ বৰ্ষত ১৬.৮০ কোটি টকা আৰু ২০২৩ বৰ্ষত  ২২.৫০ কোটি টকাৰ সুৰা বিক্ৰী হৈছিল মহানগৰীত।

4 / 5
কিছুদিন পূৰ্বে প্ৰকাশ পোৱা তথ্য অনুসৰি  ২০২৩ৰ তুলনাত ২০২৪ৰ এপ্ৰিলত হ্ৰাস পাইছিল ক্ৰয় কৰা সুৰাৰ পৰিমাণ । সুৰাৰ দাম বৃদ্ধিৰ পাছতে অসমত হ্ৰাস পাইছিল সুৰাৰ বিক্ৰী ৷ তাৰ পাছত বিক্ৰেতাসকলক সুৰাৰ বিক্ৰী বৃদ্ধি কৰিবলৈ আদেশ জাৰি কৰিছিল অসম চৰকাৰৰ আবকাৰী বিভাগে ।

5 / 5
Latest Stories