Women Health : বসয় ৩০ ! মহিলাসকলৰ শৰীৰত এইসমূহ লক্ষণে দেখা দিব পাৰে, গতিকে সাৱধান হওক…
৩০ বছৰৰ পাছত মহিলাৰ ক্ষেত্ৰত বহু শাৰীৰিক সমস্যা দেখা যায় । ৩০ বছৰ বয়সৰ পৰাই মহিলাৰ শৰীৰত হৰম’নৰ ভাৰসাম্যহীনতাই দেখা দিয়ে । গতিকে মহিলাসকলে এই সময়ছোৱাত কিছু সাৱধানতা অৱলম্বন কৰা উচিত । শৰীৰত কি কি লক্ষণে দেখা দিলে সাৱধান হ’ব?