আজি বিশ্ব ধঁপাত বিৰোধী দিৱসঃ এই সমূহ দ্ৰৱ্যৰ ব্যৱহাৰেৰে ত্যাগ কৰক ধূমপানৰ অভ্যাস
আজি বিশ্ব ধঁপাত বিৰোধী দিৱস। ধঁপাতৰ ক্ষতিকাৰক প্ৰভাৱৰ বিষয়ে সজাগতা বিয়পোৱাৰ উদ্দেশ্যে প্ৰতি বছৰে ৩১ মে’ দিনটোত পালন কৰা হয় বিশ্ব ধঁপাত বিৰোধী দিৱস। ব্যক্তিৰ স্বাস্থ্যৰ বাবে ধঁপাত কেনে ক্ষতিকাৰক সেয়া সকলোৰে জ্ঞাত। ইয়াৰ পিছতো ধঁপাতৰ প্ৰচলন উদ্বেগজনক হাৰত বৃদ্ধি পাইছে। বিশেষকৈ ধূমপানৰ প্ৰচলন যুৱচামৰ মাজত যথেষ্ট বৃদ্ধি পাইছে। এই গুৰুত্বপূৰ্ণ দিনটোত ধূমপানৰ ক্ষতিৰ কথা অনুভৱ কৰি যদি আপুনিও এই বদ অভ্যাস পৰিত্যাগৰ কথা ভাবিছে, তেন্তে এই উপায়সমূহৰ দ্বাৰা আপুনি কিছু পৰিমাণে উপকৃত হ’ব।
1 / 5

2 / 5
3 / 5
4 / 5
5 / 5