5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

World Tourism Day: কম খৰচতে ভ্ৰমণ কৰিব পাৰে এইসমূহ দেশঃ ৰাহি হ’ব ধন, লাভ কৰিব প্ৰশান্তি

আজি বিশ্ব পৰ্যটন দিৱস। পৰ্যটনৰ গুৰুত্বৰ বিষয়ে মানুহৰ মাজত সজাগতা সৃষ্টিৰ বাবে এই দিৱস পালন কৰি অহা হৈছে। সাধাৰণতে নতুন ঠাই ভ্ৰমণেৰে নতুন অভিজ্ঞতা লভাৰ হেঁপাহ প্ৰায় প্ৰতিগৰাকী ব্যক্তিৰে থাকে। পিছে বাজেটৰ অভাৱৰ বাবে এই হেঁপাহ পূৰণত থমকিবলগা হয় অধিকাংশ লোক। পিছে বিশ্বৰ কেইখনমান দেশ আপুনি কম খৰচতে ভ্ৰমণ কৰি লভিব পাৰে আনন্দ। বিশ্ব পৰ্যটন দিৱস উপলক্ষে চাওঁ আহক এনে কেইখনমান দেশৰ বিষয়ে।

monjit-dutta
Monjit Dutta | Published: 27 Sep 2024 13:21 PM
সমগ্ৰ বিশ্বতে প্ৰতি ২৭ ছেপ্টেম্বৰত বিশ্ব পৰ্যটন দিৱস পালন কৰা হয়। এই বিশেষ দিনটোত কম বাজেটতে ভ্ৰমণ কৰিব পৰা পৰা কেইখনমান দেশৰ বিষয়ে চাওঁ আহক। সাধাৰণতে এই দেশসমূহত দেখা যায় ভাৰতীয় পৰ্যটকৰ যথেষ্ট সমাগম।

1 / 5
যদি আপুনি কম বাজেটত ভ্ৰমণ কৰিব বিচাৰে, তেন্তে শ্ৰীলংকা হ’ব আপোনাৰ বাবে আন এখন পছন্দৰ দেশ। শ্ৰীলংকাৰ প্ৰাকৃতিক সৌন্দৰ্য অত্যন্ত মনোৰম। শ্ৰীলংকাত ১ ভাৰতীয় টকাৰ মূল্য ৩.৭৫ শ্ৰীলংকা টকা।

2 / 5
ভাৰতৰ নিকটতম দেশ নেপাল। ভিছা অবিহনেও ভাৰতীয় নাগৰিকসকলে নেপাল ভ্ৰমণ কৰিব পাৰে। ভ্ৰমণৰ সময়ত দেশখনত থকা বহুতো প্ৰাচীন মন্দিৰ চাব পাৰিব। প্ৰতি বছৰে ভাৰতৰ পৰা বৃহৎ সংখ্যক লোক নেপাল ভ্ৰমণলৈ যায়। ইয়াত ১ ভাৰতীয় টকাৰ মূল্য ১.৬০ নেপালী টকাৰ সমান।

3 / 5
কম খৰচী ভ্ৰমণৰ লাভ উঠাব পৰা দেশৰ তালিকাত আছে কম্বোডিয়াৰ নাম। ইয়াত ভাৰতীয় ১ টকাৰ মূল্য ৫০ কম্বোডিয়ান ৰিয়েল। কম্বোডিয়া ভ্ৰমণৰ সময়ত আপুনি দেশখনত থকা প্ৰাচীন মন্দিৰসমূহ চাব পাৰিব। তদুপৰি দেশখনৰ প্ৰাচীন ঐতিহ্য ফুটাই তোলা সংগ্ৰহালয়, ৰাজপ্ৰসাদসমূহো চাব পাৰিব।

4 / 5
কম বাজেটতে ভ্ৰমণ কৰিব পৰা আন এখন সৌন্দৰ্যশালী দেশ হৈছে ইণ্ডোনেছিয়া। ইয়াত ১ ভাৰতীয় টকাৰ মূল্য প্ৰায় ১৮০ ইণ্ডোনেছিয়ান ৰুপিয়াৰ সমান। দেশখনৰ অতুলনীয় সৌন্দৰ্যই পুলকিত কৰি তোলে পৰ্যটকৰ মন।

5 / 5
Follow Us
Latest Stories