5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ICC Test Ranking : পিছ পৰিল কেন উইলিয়ামছন, হেৰী ব্ৰুকৰ দৰে খেলুৱৈ, টেষ্ট ৰেংকিঙত দ্বিতীয় স্থান দখল যশস্বী জয়ছোৱালৰ…

আইচিচিৰ টেষ্ট ৰেংকিঙত ২ নম্বৰ স্থান দখল কৰিছে যশস্বী জয়ছোৱালে। শেহতীয়াকৈ আই চি চি টেষ্ট ৰেংকিঙত কেন উইলিয়ামছন আৰু হেৰী ব্ৰুক দুয়োজনকে অতিক্ৰম কৰি ৰেংকিঙত ২ নম্বৰ স্থান দখল কৰিছে যশস্বী জয়ছোৱালে।

manas-borah
Manas Borah | Updated On: 27 Nov 2024 17:47 PM
পাৰ্থ টেষ্টত বিস্ফোৰক বেটিং প্ৰদৰ্শনেৰে অনুৰাগীৰ মন জয় কৰা যশস্বী জয়ছোৱালে আন এক সফলতা লাভ কৰিবলৈ সক্ষম হৈছে । এইবাৰ আই চি চি টেষ্ট ৰেংকিঙত যশস্বীয়ে নিজৰ কেৰিয়াৰৰ শ্ৰেষ্ঠ ৰেংকিং অৰ্জন কৰিছে।

1 / 5
আইচিচিৰ টেষ্ট ৰেংকিঙত ২ নম্বৰ স্থান দখল কৰিছে যশস্বী জয়ছোৱালে। শেহতীয়াকৈ আই চি চি টেষ্ট ৰেংকিঙত কেন উইলিয়ামছন আৰু হেৰী ব্ৰুক দুয়োজনকে অতিক্ৰম কৰি ৰেংকিঙত ২ নম্বৰ স্থান দখল কৰিছে যশস্বী জয়ছোৱালে।

আইচিচিৰ টেষ্ট ৰেংকিঙত ২ নম্বৰ স্থান দখল কৰিছে যশস্বী জয়ছোৱালে। শেহতীয়াকৈ আই চি চি টেষ্ট ৰেংকিঙত কেন উইলিয়ামছন আৰু হেৰী ব্ৰুক দুয়োজনকে অতিক্ৰম কৰি ৰেংকিঙত ২ নম্বৰ স্থান দখল কৰিছে যশস্বী জয়ছোৱালে।

2 / 5
পাৰ্থ টেষ্টত যশস্বী জয়ছোৱালে বিস্ফোৰক বেটিং প্ৰদৰ্শনেৰে শতক অৰ্জন কৰিবলৈ সক্ষম হৈছিল । প্ৰথম ইনিংছত তেওঁ কোনো ৰান নকৰাকৈ আউট হৈছিল যদিও পৰৱৰ্তী ইনিংছত এই খেলুৱৈগৰাকীয়ে ১৬১ ৰান সংগ্ৰহ কৰে। অষ্ট্ৰেলিয়াত প্ৰথমবাৰৰ বাবে টেষ্ট খেলি ১৬১ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে  যশস্বী জয়ছোৱালে ।

3 / 5
২০২৩-২৫ চনৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপলৈ মন কৰিলে দেখা যায় যে,  যশস্বী হৈছে ভাৰতৰ সৰ্বাধিক ৰান সংগ্ৰহকাৰী। এইগৰাকী খেলুৱৈয়ে ১৫ খন খেলত ৪ শতকৰে ১৫৬৮ ৰান সংগ্ৰহ কৰিছে। ইয়াৰ উপৰিও জয়ছৱালে ৮ টা অৰ্ধশতক অৰ্জন কৰিছে।

4 / 5
ইয়াৰ উপৰিও তেওঁ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত সৰ্বাধিক ৩৮ টা ছয় মাৰিবলৈ সক্ষম হৈছে । জয়ছোৱালে এই বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত সৰ্বাধিক ১৭৫০ ৰান সংগ্ৰহ কৰা জো ৰুটক অতিক্ৰম কৰাৰ সুযোগ লাভ কৰিছে। প্ৰথম স্থানত আছে জো ৰুট ।

5 / 5
Latest Stories