Yoga for asthma: আছে নেকি হাপানীৰ সমস্যা? তেন্তে কৰিব পাৰে এই কেইটা যোগাসন – Assamese News: Latest News in Assamese Online, Assamese Breaking and Live Updates, Assamese News Today

Yoga for asthma: আছে নেকি হাপানীৰ সমস্যা? তেন্তে কৰিব পাৰে এই কেইটা যোগাসন

Published: 

09 Jul 2024 16:24 PM

প্ৰতিদিনে যোগাসন কৰিলে ই আমাৰ শৰীৰ আৰু মনত ভাল প্ৰভাৱ পেলায়। ই আমাৰ শৰীৰৰ লগতে মানসিক দিশটোও সুস্থ কৰি ৰখাত সহায় কৰে। কেইটামান এনে আসন আছে যি উশাহ নিশাহৰ সমস্যা বা এজমা ৰোগীৰ বাবে লাভদায়ক।

1 / 5শৱাসনঃ

শৱাসনঃ শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ সন্মুখীন হোৱা লোকসকলে দৈনিক এই যোগাসন কৰিব পাৰে। বিশেষজ্ঞসকলৰ মতে এই যোগাসন হাঁপানী ৰোগীৰ বাবে আটাইতকৈ ফলপ্ৰসূ। ইয়াৰ ফলত মানসিক চাপ দূৰ হয় আৰু লগতে মন শান্ত হয়।

2 / 5

সুখাসনঃ এই ​​যোগ আসনত সম্পূৰ্ণ গুৰুত্ব উশাহ-নিশাহৰ ওপৰত দিব লাগে। এই আসন এজমা অৰ্থাত হাঁপানী ৰোগীয়ে কৰিবপাৰে। ই শৰীৰৰ অন্যান্য সমস্যাও নিৰাময় কৰাত সহায় কৰে।

3 / 5

ধনুৰাসনঃ দীৰ্ঘদিন ধৰি হাঁপানী ৰোগত আক্ৰান্ত ৰোগীয়ে এই যোগৰ জৰিয়তে নিজকে সুস্থ কৰি ৰাখিব পাৰে।এই আসন কৰি থাকোঁতে উশাহ-নিশাহৰ ওপৰত গুৰুত্ব দিব লাগে।

4 / 5

অনুলোম বিলোম: এই আসনেও শ্বাস- প্ৰশ্বাস উন্নত কৰে। এই আসন কৰোতে নাকেৰ এটা ফালেৰে দীঘলকৈ উশাহ লৈ আনটো ফালেৰে এৰি দিব লাগে। ই এজমা ৰোগীৰ বাবে ভাল আসন। এনে কৰিলে বহু পৰিমানে এজমাৰ পৰা সকাহ পাব পাৰি।

5 / 5

তড়াসনঃ এই ​​আসনে কেৱল উশাহ-নিশাহৰ লগতে স্বাস্থ্য সম্পৰ্কীয় বহু সমস্যাৰ পৰা উপশম দিয়ে। অৱশ্যে হাঁপানী ৰোগীয়ে এই কাম কৰাৰ আগতে চিকিৎসক বা বিশেষজ্ঞৰ পৰামৰ্শ ল’ব লাগে। আপুনি যিকোনো ব্যৱস্থা গ্ৰহণ কৰাৰ আগত বিশেষজ্ঞৰ পৰামৰ্শ লোৱা উচিত।

দীপাৱলীৰ দিনটোত নকৰিব এই ভুল!
নছৰল্লাহৰ মৃত্যুৰ এমাহৰ পাছত নতুন নেতা নিৰ্বাচিত কৰিলে হিজবুল্লাহে...
পৰম্পৰা ৰক্ষা কৰি প্ৰদূষণমুক্ত দীপাৱলী কেনেকৈ উদযাপন কৰিব ? জানক
দেৱালীৰ সময়ত ভাগ্য ফুলিব এই ৫ ৰাশিৰ! লাভ কৰিব চাকৰি, ধন-সম্পত্তি...