বৃক্ষাসন: এই আসন কৰিলে শৰীৰত ভাৰসাম্য সৃষ্টি কৰাত সহায় কৰে। ইয়াৰ উপৰিও ই একাগ্ৰতা বৃদ্ধি কৰে আৰু মেৰুদণ্ড, গোৰোহা, উৰু আদিৰ পেশী শক্তিশালী কৰে। ইয়াৰ ই শিশুৰ বাবেও অতি উপকাৰী। এই আসন কৰিলে উচ্চতা বৃদ্ধিত সহায় হয়। PIC: freepik
ধনুৰাসনঃএই আসনৰ দ্বাৰা শিশুৰ উচ্চতা বৃদ্ধি হয়। ইয়াৰ উপৰিও ই শিশুৰ মানসিক স্বাস্থ্যও ভাল কৰি ৰাখে । এই আসন কৰিলে ডিঙি, কান্ধ আৰু বুকুৰ পেশীবোৰক ভালে থাকে।PIC: freepik
চক্ৰাসনঃ এই আসন কৰিলে শিশুৰ উচ্চতা বৃদ্ধিৰ ক্ষেত্ৰত সহায় হয় বুলি কয়। ইয়াৰোপৰি শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয় আৰু লগতে চকু আৰু মানসিক স্বাস্থ্যৰ উপকাৰ হয়। PIC: freepik
সূৰ্য্য নমস্কাৰঃ এই আসন কৰা শিশুৰ বাবেও ভাল। এই প্ৰক্ৰিয়াটোত ১২টা যোগ আসন আছে যিয়ে শিশুৰ উচ্চতা বৃদ্ধি কৰে লগতে পেশী শক্তিশালী কৰে। PIC: pexel