5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Depression: হতাশাত ভুগিছে নেকি? তেন্তে কৰক এই যোগ অভ্যাস…

আজিৰ ব্যস্ত পৃথিৱীত বহু মানুহে হতাশা বা ডিপ্ৰেছনৰ বলি হয়। কিন্তু কিছুমান যোগ আসন আছে যাৰ দ্বাৰা ইয়াৰ পৰা কিছু সকাহ পোৱা যায়। নিয়মিয়াকৈ যোগ কৰিলে দূৰ হ'ব পাৰে ডিপ্ৰেছনৰ পৰা।

barasha-sarma
Barasha Sarma | Updated On: 19 Jun 2024 19:03 PM
মানসিক চাপ আৰু হতাশা আদিয়ে মানুহৰ মানসিক স্বাস্থ্যত প্ৰভাৱ পেলায়। বিশেষকৈ যুৱক-যুৱতীসকলৰ মাজত আজিকালি ডিপ্ৰেছন বেছিকৈ দেখা যায়। অৱশ্যে যোগ কৰিলে ইয়াৰ পৰা কিছু পৰিত্ৰাণ পাব পাৰি।

1 / 5
বজ্ৰাসনঃ মন শান্ত ৰাখিবলৈ দৈনিক বজ্ৰাসন কৰিব লাগে। এই যোগ আসনৰ বিশেষত্ব হ’ল ই কেৱল আপোনাৰ মানসিক স্বাস্থ্যৰ উন্নতি কৰাই নহয়, পেটত থকা সমস্যাসমূহো দূৰ কৰিব।

2 / 5
সুখাসনঃ যোগৰ এই ভংগীমাক আটাইতকৈ সহজ ভংগীমা বুলি গণ্য কৰা হয়।ই এক প্ৰকাৰ ধ্যান।   মানসিক চাপ বা হতাশাৰ সন্মুখীন হোৱাসকলে দৈনিক কমেও ১০ মিনিট এই ভংগীমাত বহিব লাগে। ইয়াৰ দ্বাৰা সমস্যা দূৰ হয়।

3 / 5
পাচ্চিমোত্তনাসনঃ আপুনি আপোনাৰ ব্যস্ত জীৱনৰ পৰা ১০ মিনিট সময় উলিয়াই এই আসনটো কৰিব পাৰে। এই আসনৰ দ্বাৰা শাৰীৰিক লগতে মানসিক শান্তি পোৱাও যায়।

4 / 5
উত্তনাসন: যদি আপুনি হতাশাৰ কবলত পৰিছে তেন্তে এই যোগ আসন আপোনাৰ সহায় কৰিব।  ইয়াৰ ফলত আপোনাৰ মনটো শান্ত হ’ব। নিয়মিতভাৱে এই আসন কৰিলে আপুনি হতাশাৰ পৰা কিছু সকাহ পাব।

5 / 5
Latest Stories