5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Yoga For Health: বিচাৰিছে নেকি ভাল স্মৃতি শক্তি? তেন্তে আৰম্ভ কৰক এই কাম

যোগাসন কৰা আমাৰ শৰীৰ আৰু মনৰ বাবে অতি জৰুৰী। কিছুমান যোগাসন আছে যি কৰিলে মানসিক শান্তি পোৱাৰ লগতে স্মৃতিশক্তি বৃদ্ধিত সহায় কৰে। এই যোগাসনৰ প্ৰভাৱ শৰীৰৰ লগতে মনৰ ওপৰতো পৰে।

barasha-sarma
Barasha Sarma | Published: 27 Aug 2024 15:07 PM
পাচ্চিমোট্টাসনঃ এই আসন কৰিলে মেৰুদণ্ড শক্তিশালী হয় আৰু পিঠি, কান্ধৰ পেশীবোৰ শক্তিশালী হয়। এই যোগাসন কৰিলে শ্বাস- প্ৰশ্বাসৰ সমস্যা ভাল হোৱাৰ লগতে মানসিক চাপ, ভাগৰ, মূৰৰ বিষ আদিৰ পৰা সকাহ পোৱা যায়। এই আপোনাৰ মনক শান্তি কৰি মনোগ বৃদ্ধিত সহায় কৰে।

1 / 5
চাইল্ড প'জঃ এই যোগাসন কৰিলে মগজু শান্ত হৈ থাকে। ইয়াক বালাসন বুলিও কোৱা হয়। ই অনিদ্ৰাৰ সমস্যাৰ পৰা মুক্তি দিয়াৰ লগতে কঁকাল, পিঠি, কান্ধ আদিৰ বিষৰ পৰাও সকাহ দিয়ে।ইয়াৰ দ্বাৰা চুলি সৰা সমস্যাও নিয়ন্ত্ৰণ হয় আৰু মনোযোগ বৃদ্ধিৰ বাবেও ই ফলপ্ৰসূ।

2 / 5
সৰ্বাংগাসন:এই আসন কৰিলে পেশীৰ শক্তি আৰু নমনীয়তা বৃদ্ধি হয়। এই আসন কৰিলে ডিঙি, কান্ধ, নিতম্ব আৰু মেৰুদণ্ডৰ নমনীয়তা বৃদ্ধি পায়। এই আসনৰ সময়ত তেজৰ সোঁত ওপৰলৈ হয়, যাৰ ফলত মগজুৰ উপকাৰ হয়। ইয়াৰ উপৰিও আপোনাৰ মুখৰ ছাল আৰু চুলিও সুস্থ হৈ উঠে।

3 / 5
চক্ৰাসনঃ এই আসন কঠিন আসন যদিও ইয়াৰ উপকাৰো কম নহয়। এই আসন কৰিলে হাওঁফাওঁ শক্তিশালী হয় আৰু হাত, ভৰি, নিতম্ব, পেট আৰু পিঠিৰ পেশীৰ মূল পেশীবোৰ মজবুত হয়।  এই আসনে মানসিক চাপ কমাই একাগ্ৰতা বৃদ্ধিত সহায় কৰে।

4 / 5
হালাসনাঃ এই আসনো শৰীৰৰ বাবে অত্যন্ত লাভজনক। এই যোগ আসন কৰিলে মানসিক চাপৰ পৰা সকাহ পোৱাৰ লগতে জ্ঞানমূলক কাৰ্য্যক্ষমতা (চিন্তা, বুজা আৰু মনত ৰখাৰ ক্ষমতা) উন্নত হয়। এই আসন কৰিলে মানসিক স্পষ্টতা বৃদ্ধি হয়।

5 / 5
Follow Us
Latest Stories