ভুজংগাসনঃ কোব্ৰা প'জ অৰ্থাৎ ভুজংগাসনে হৃদয শক্তিশালী কৰে। ইয়াৰ ফলত মেৰুদণ্ড শক্তিশালী আৰু নমনীয় হয়। ভুজংগাসনে কঁকালৰ বিষৰ পৰাও উপশম দিয়ে। ভুজংগাসনে হাৰ্ট এটেকৰ সম্ভাৱনাও হ্ৰাস কৰে।ভুজংগাসনঃ কোব্ৰা প'জ অৰ্থাৎ ভুজংগাসনে হৃদয শক্তিশালী কৰে। ইয়াৰ ফলত মেৰুদণ্ড শক্তিশালী আৰু নমনীয় হয়। ভুজংগাসনে কঁকালৰ বিষৰ পৰাও উপশম দিয়ে। ভুজংগাসনে হাৰ্ট এটেকৰ সম্ভাৱনাও হ্ৰাস কৰে।